Bijni Live 24

Bijni Live 24 Bijni Live 24 সদাই ৰাইজৰ লগত,ৰাইজৰ স্বাৰ্থত

02/09/2025

"মাদানী কোন হয়? মাদানী কি ভগৱান নেকি? CM মইহে মাদানী নহয়, বেছি কৰিলে জে'লত ভৰাই থম, কংগ্ৰেছ থাকিলেহে মাদানীৰ বাহাদুৰি চলিব"

--- মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


01/09/2025
01/09/2025

বিষ্ণুপুৰ আঞ্চলৰ ৩ নং দৈলংঝাৰত শ্ৰী শ্ৰী বাবা লোকনাথ পূজা ও ৰূপালী জয়ন্তী বৰ্ষ উললক্ষে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত আহি আছে জনপ্ৰিয় কন্ঠ শিল্পী - বেবি সাহা।

31/08/2025

📌১ নং বিষ্ণুপুৰ বজাৰ সাৰ্বজনীন শ্ৰী শ্ৰী দূৰ্গা পূজাৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে মহাষ্টমী পূজাৰ নিশাৰ বিশেষ আকৰ্ষণ।

📌 সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী সাৰেগামাপা আৰু দ্যা ভয়েছ খ্যাত বন্ধনা দও ।

29/08/2025

📌১ নং বিষ্ণুপুৰ বজাৰ সাৰ্বজনীন শ্ৰী শ্ৰী দূৰ্গা পূজাৰ লগতে হীৰক জয়ন্তী বৰ্ষ উপলক্ষে মহাষ্টমী পূজাৰ নিশাৰ বিশেষ আকৰ্ষণ।
28/08/2025

📌১ নং বিষ্ণুপুৰ বজাৰ সাৰ্বজনীন শ্ৰী শ্ৰী দূৰ্গা পূজাৰ লগতে হীৰক জয়ন্তী বৰ্ষ উপলক্ষে মহাষ্টমী পূজাৰ নিশাৰ বিশেষ আকৰ্ষণ।

📌BTC নিৰ্বাচনৰ দিন ঘোষণা।
26/08/2025

📌BTC নিৰ্বাচনৰ দিন ঘোষণা।

23/08/2025

📌মুখ্যমন্ত্ৰীৰ মহানুভৱতা।
📌মাতৃহাৰা সোনালী ৰয়ৰ দায়িত্ব গ্ৰহণ মুখ্যমন্ত্ৰীৰ।
📌মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গোসাইগাওঁস্থিত ইংৰাজী
মাধ্যমৰ স্কুলত সোনালীৰ নামভৰ্তি।
📌কিছুদিন পূর্বে BTRত যাওঁতে সোেলানীক লগ পাইছিল মুখ্যমন্ত্রীয়ে।
📌 মুখ্যমন্ত্রীক ফোনযোগে ধন্যবাদ জনালে কণমানি সোনালীয়ে।

03/08/2025

📌 সঁচাকৈ এটা ভাল লগা পৰিৱেশ!


01/07/2025

📌 আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বাসগৃহত সোমবাৰে নিশা উপস্থিত হয় হার্টথ্র'ব জুবিন গাৰ্গ।
📌 উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰে।

Address

Bijni

Website

Alerts

Be the first to know and let us send you an email when Bijni Live 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share