Daily Dose

Daily Dose Welcome to Daily Dose
Small doses. Big impact.
(1)

শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন নাকচ।
29/05/2026

শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন নাকচ।



গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন ঘটনাৰে জড়িত শ্যামকানু মহন্তৰ।
29/05/2026

গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন ঘটনাৰে জড়িত শ্যামকানু মহন্তৰ।

দেশবাসীক পবিত্ৰ ঈদ-উল-আজহাৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।     #ঈদুলআজহা
28/05/2026

দেশবাসীক পবিত্ৰ ঈদ-উল-আজহাৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

#ঈদুলআজহা

🌙🕊️ বিশেষ সচেতনতামূলক বাৰ্তা 🕊️🌙পবিত্ৰ ঈদুল আজহাৰ সময়ত আমি সকলোৰে দায়িত্ব হ’ল পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৰু সমাজৰ শা...
27/05/2026

🌙🕊️ বিশেষ সচেতনতামূলক বাৰ্তা 🕊️🌙

পবিত্ৰ ঈদুল আজহাৰ সময়ত আমি সকলোৰে দায়িত্ব হ’ল পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৰু সমাজৰ শান্তি-সম্প্ৰীতি অটুট ৰখা। 🤝💚

কুৰবানি কৰা জীৱৰ পেলনীয়া তথা অনাৱশ্যকীয় বস্তুসমূহ অনুগ্ৰহ কৰি ইফালে-সিফালে নেপেলাই, মাটিত পুতি ৰাখক।
ইয়াৰ দ্বাৰা পৰিৱেশ সুৰক্ষিত থাকিব আৰু আন ধৰ্মীয় লোকসকলৰ অনুভূতিও সন্মানিত হ’ব। 🌱✨

🕌 পৰিষ্কাৰ-পৰিচ্ছন্নতা ঈমানৰ অংগ।
আহক, সচেতন হওঁ — সুন্দৰ সমাজ গঢ়োঁ। ❤️

#সচেতনতা #ঈদুলআজহা

সদনত কংগ্ৰেছী বিধায়িকা বেবী বেগমৰ ভাষ্যক ঘৃণনীয় আখ্যা মুখ্যমন্ত্ৰীৰ।
27/05/2026

সদনত কংগ্ৰেছী বিধায়িকা বেবী বেগমৰ ভাষ্যক ঘৃণনীয় আখ্যা মুখ্যমন্ত্ৰীৰ।

🌙✨ ঈদ-উল-আযহা মোবারক ✨🌙Daily Dose ৰ পৰিয়ালৰ ফালৰ পৰা সকলোলৈকে পবিত্ৰ ঈদ-উল-আযহাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। 🤍🌸এই পব...
27/05/2026

🌙✨ ঈদ-উল-আযহা মোবারক ✨🌙

Daily Dose ৰ পৰিয়ালৰ ফালৰ পৰা সকলোলৈকে পবিত্ৰ ঈদ-উল-আযহাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। 🤍🌸
এই পবিত্ৰ দিনটোৱে আপোনালোকৰ জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু অসীম বৰকত কঢ়িয়াই আনক। 🕌🐐

🤲 ত্যাগ, মৰম আৰু ভ্ৰাতৃত্ববোধৰ এই উৎসৱে সকলোৰ হৃদয় সুখেৰে ভৰাই তুলক।

Eid Mubarak to all! 🌙💛
— Daily Dose Moments ✨

কংগ্ৰেছৰ ১০-১২ জন MLA UCC ক সমৰ্থন কৰে - হিমন্ত বিশ্ব শৰ্মা ।
27/05/2026

কংগ্ৰেছৰ ১০-১২ জন MLA UCC ক সমৰ্থন কৰে - হিমন্ত বিশ্ব শৰ্মা ।

27/05/2026

মোৰ ধৰ্ম মই কেনেকৈ পালন কৰিম তাৰ সম্পূৰ্ণ স্বাধীনতা মোৰ এই সংবিধানে দিছে । কিন্তু চৰকাৰে কিছুমান সাধাৰণ কথাত আঘাত কৰিছে ।বহুবিবাহ বন্ধ কৰাৰ আইনখন আনিলে মই ১০০ শতাংশ সমৰ্থন কৰিলোহেতেন কিন্তু মই চাচাৰ ছোৱালী ,মাহীৰ ছোৱালী বিয়া পাতিব নোৱাৰিম এইটো কোৰাণত allow আছে । চৰকাৰে অকল আনিব লাগিছিল দুজনী বিয়া পাতিব নোৱাৰিবা ,বাল্যবিবাহ বন্ধ ভাল কথা ,কিন্তু চৰকাৰে আনিলে তুমি অমুকক বিয়া পাতিব নোৱাৰিবা - শ্বেৰমান আলী আহমেদ ।

‘UCCৰ পৰা ইছলামক বাদ দিয়ক৷’— বিধায়ক মজিবুৰ ৰহমান
27/05/2026

‘UCCৰ পৰা ইছলামক বাদ দিয়ক৷’— বিধায়ক মজিবুৰ ৰহমান

Himanta Biswa Sarma
27/05/2026

Himanta Biswa Sarma

অহা ৫ বছৰত বাংলাদেশীমুক্ত হ'ব অসমঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
26/05/2026

অহা ৫ বছৰত বাংলাদেশীমুক্ত হ'ব অসমঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

Address

Bilasipara
783348

Website

Alerts

Be the first to know and let us send you an email when Daily Dose posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share