B LIVE 24

B LIVE 24 B LIVE 24

06/09/2026

নগাঁৱৰ কঠীয়াতলী সংঘটিত হৈছে মানৱ সমাজক লজ্জাজিত কৰা এক জঘন্য কাণ্ড৷ নিজ পিতৃৰ কামনাৰ বলি হ'ল এগৰাকী তেৰ বছৰীয়া কিশোৰী ।

05/09/2026

আজি ৬৫ সংখ্যক ৰাষ্ট্ৰীয় পবিত্ৰ শিক্ষক দিৱস।
নিবুকালীস্থিত অনন্ত কন্দলি উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৰাঙলুৰ এঘাৰ মাইলত অৱস্থিত ব্ৰাইট ফিউচাৰ একাডেমিটো আজি দেখা পোৱা যায় যে অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষক সকলক সু-সন্মান জনাই বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত গীত নৃত্য কবিতা আবৃত্তি অন্যান্য মনোৰঞ্জন মূলক কাৰ্য্যসূচীৰে এই শিক্ষক দিৱসৰ দিনটো পালন কৰা হয়৷

05/09/2026

অবৈধ গাঞ্জাসহ তিনিজনক আটক জিনজিয়া আৰক্ষীৰ।জিনজিয়া আৰক্ষীয়ে অবৈধ গাঞ্জাৰ বিৰুদ্ধে চলোৱা অভিযানত তিনিজন গাঞ্জা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়।

🛑BIG BREAKING ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বিশ্বনাথ জিলাত মুঠ ১১ জন ঠগ-প্ৰৱঞ্চকক গ্ৰেপ্তাৰচতিয়া থানা ১ জন,বিশ্বনাথ ৪ জন,বি...
05/09/2026

🛑BIG BREAKING

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বিশ্বনাথ জিলাত মুঠ ১১ জন ঠগ-প্ৰৱঞ্চকক গ্ৰেপ্তাৰচতিয়া থানা ১ জন,বিশ্বনাথ ৪ জন,বিহালী ১জন,গহপুৰ ১জন আৰু জিনজিয়া থানাত ১ জনক আটক।আটকাধীন সকল হৈছে ক্ৰমে..

👉 ছহিজুল হক(পূৱ ভিৰ গাওঁ)
👉 আব্দুল মুতালিব(চাৰি নং কুমলীয়া,গাওঁ ৰক্ষী বাহিনীৰ সম্পাদক)
👉 আব্দুল হাছান(গুৱালতলী)
👉 মজিবুৰ ৰহমান(আমবাৰী)
👉 আফাজুদ্দিন(নিজ বাঘমাৰী)
👉 আলি আহমেদ(বালিপুখুৰী)
👉 মহম্মদ আলি(ব্ৰহ্মপুত্ৰ চাপৰি)
👉 প্ৰহল্দাদ দত্ত(গহপুৰ)
👉 অজয় মুখাৰ্জী ওৰফে বাবলু (পূৱ জিনজিয়া)
👉 বিপুল হুছেইন ওৰফে আব্দুল(থান বিহালী)

05/09/2026

বিহালীৰ ৰতোৱা স্থিতিত ষ্টিফেন হকিং একাডেমীত ব্যত্তিক্ৰমী ৰূপত পালন কৰা হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বিশিষ্ট শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন ।

04/09/2026

বিহালী স্নাতক মহাবিদ্যালয়ৰ নৱাগত আদৰি সভা সম্পন্ন
সভাত মুখ্য অতিথি হিচাপে কবি-সাহিত্যিক তথা অসমৰ আৰক্ষীৰ সেৱাৰ উচ্চপদস্থ বিষয়া ড০ নন্দ সিং বৰকলা।

04/09/2026

আজি বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চকৰি গাৱঁত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অধিনত বৃহত্তৰ চকৰি গাৱৰ ৰাইজৰ সুবিধা হোৱাকৈ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে এতি নতুনকৈ স্বাস্থ্য উপ কেন্দ্ৰৰ শিলান্যাস কৰে৷

04/09/2026

বিহালীৰ বাঁহবাৰীত এঘৰ লোকৰ ঘৰৰ বাৰীত সন্ধিয়া বন্যহস্তীৰ মুক্ত বিচৰণ।

04/09/2026

বিহালীৰ বুৰৈঘাটত দিনজোৰা কাৰ্যসূচীৰে চতুৰ্থ বাৰ্ষিক শ্ৰীকৃষ্ণ জন্মাষ্টমী মহোৎসৱ উদযাপন।বিহালীৰ বুৰৈঘাটস্থিত হৰেকৃষ্ণ মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে চতুৰ্থ বাৰ্ষিক শ্ৰীকৃষ্ণ জন্মাষ্টমী মহোৎসৱ উদযাপন কৰা হয়।
#শ্ৰীকৃষ্ণজন্মাষ্টমী

04/09/2026

নিশা নগাঁও চহৰৰ নতুন বজাৰত ভয়ঙ্কৰ পথ দূৰ্ঘটনা
বিপৰীত দিশৰ তিব্ৰবেগী বাহনৰ দৌৰাত্ম্যতাৰ ফলতেই
এই দূৰ্ঘটনা সংঘটিত হয় বুলি জানিব দিয়ে বাহনৰ গৰাকীয়ে৷

#নগাঁও

Address

Biswanath Chariali

Alerts

Be the first to know and let us send you an email when B LIVE 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to B LIVE 24:

Shortcuts

Share