Hoque Motivation

Hoque Motivation I'm Ak hoque Biswanath, a creative soul with a passion for inspiring and motivating others.

✅📌 মামা Rock চাচা Shocked ✅📌 মিয়া লগত নাই কোনো শত্ৰুতা।
07/03/2026

✅📌 মামা Rock চাচা Shocked
✅📌 মিয়া লগত নাই কোনো শত্ৰুতা।

05/03/2026

✅📌AGP Election Campaign
✅📌🐘🦣🐘🐘🦣🦣🐘🐘

04/03/2026

✅📌Mama আহিছে আঁতৰি দিয়ক।
✅📌Mama ৰ Helicopter 🚁

✍️সন্ধিয়াৰ আকাশ""""""''''''''''''''''''''''''''''''''''''''''''ৰঙা বেলিটো লাহে লাহে মাৰ যাব ধৰিছে ,আকাশ খনো ৰং চঙীয়া হ...
03/03/2026

✍️সন্ধিয়াৰ আকাশ
""""""''''''''''''''''''''''''''''''''''''''''''
ৰঙা বেলিটো লাহে লাহে মাৰ যাব ধৰিছে ,
আকাশ খনো ৰং চঙীয়া হৈ আহিছে
ঠিক তোমাৰ সুমথিৰা বৰণৰ
গাল দুখনৰ দৰেই ।
পশ্চিমৰ আকাশ খনলৈ চোৱাচোন
বগা বগা বগলী বোৰ জাক জাক কৈ
ঘৰলৈ বুলি উভতিছে ,
কিন্তু ! তোমাৰ দেশত জানো
সন্ধিয়াৰ আকাশ খনে দেখা নিদিয়ে ?
সৌৱা সেইফালে আকৌ জোনটিয়েও
লাজুক লাজুককৈ ন কইনাৰ দৰে
লাহে লাহে সন্ধিয়াৰ আকাশত
প্ৰেমৰ সাক্ষী হৈ প্ৰৱেশ কৰিছে ।
সন্ধিয়াৰ আকাশৰ সান্নিধ্যয়েই
তোমাৰ স্মৃতিবোৰ বৰকৈ মনত পেলাই
নৈৰ পানীত জিলিকি উঠা
ভাস্কৰৰ কিৰণে যেতিয়া তিৰ বিৰাই উঠে
তোমাৰ প্ৰতিচ্ছবিয়ে দেখা দিয়ে আহি ।
মৃদু বতাহ জাকে আহি ,
সন্ধিয়াৰ আকাশৰ সান্নিধ্যত মই ৰচা ভ্ৰম ভাঙি
মোক দি যায় তুমি নোহোৱাৰ বাতৰি ।।

✅ At Tezpur , Received CMAAA Cheque.🤗😊
19/02/2026

✅ At Tezpur , Received CMAAA Cheque.🤗😊

✅RAMADAN MUBARAK 🕌
19/02/2026

✅RAMADAN MUBARAK 🕌

✅ কছাৰী মৈদানত 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন প্ৰস্তুতি ।।।
25/01/2026

✅ কছাৰী মৈদানত 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন প্ৰস্তুতি ।।।

✅ Hello my dear facebook friends.
24/01/2026

✅ Hello my dear facebook friends.

✅সময়ৰ সৈতে আগবাঢ়ি যাওঁক, জীৱনৰ পথত।
20/01/2026

✅সময়ৰ সৈতে আগবাঢ়ি যাওঁক, জীৱনৰ পথত।

✅ শুভ সন্ধিয়া ফেচবুক কৃয়েটৰ।।
19/11/2025

✅ শুভ সন্ধিয়া ফেচবুক কৃয়েটৰ।।

✅ আমাৰ সংস্কৃতি আমাৰ পৰিচয়।।
08/11/2025

✅ আমাৰ সংস্কৃতি আমাৰ পৰিচয়।।

✅"স্মৃতিৰ মায়াজালত হেৰাই যোৱা জোনাক নিশাৰ এক অমলিন আবেশ।"
24/10/2025

✅"স্মৃতিৰ মায়াজালত হেৰাই যোৱা জোনাক নিশাৰ এক অমলিন আবেশ।"

Address

BG Road
Biswanath Chariali
784177

Alerts

Be the first to know and let us send you an email when Hoque Motivation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share