13/08/2026
📌পৰিৱেশ সুৰক্ষা আৰু সেউজীকৰণৰ লক্ষ্যৰে আজি বিশ্বনাথ চাৰিআলিৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বৃক্ষ বন্ধু’ কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয় ।
📌এই বিশেষ কাৰ্যসূচীৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি ইয়াৰ শুভ উদ্বোধন কৰে বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱলোচন দাসে।