Behali Sangbad

Behali Sangbad Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Behali Sangbad, News & Media Website, Biswanath Chariali.

জনগণৰ বাবে জনগণৰ মাজত ইতিবাচক চিন্তাৰে আপোনাৰ কাষত বিহালী সংবাদ!

আপোনাৰ অঞ্চলৰ সৰু-বৰ প্ৰতিটো সমস্যা,প্ৰতিটো অনুষ্ঠান/প্ৰতিষ্ঠানৰ খৱৰ আমি দাঙি ধৰিম! আমাক খৱৰ দিবলৈ, আমাৰ সৈতে যোগাযোগ কৰক -7896900388

Promotion Video contact 7896900388

25/07/2026

🚨বানপীড়িত ৰাইজলৈ বিহালী বিধৱা এগৰাকী আইতাৰ হাজাৰ টকা সাহায়্য!

🚨সদৌ বিহালী বাসীৰ সহয়োগত বানপীড়িত ৰাইজক সহায়ৰ হাত আমাৰ যাত্ৰা পথৰ আপুনিও সাৰথি হওঁক
25/07/2026

🚨সদৌ বিহালী বাসীৰ সহয়োগত বানপীড়িত ৰাইজক সহায়ৰ হাত
আমাৰ যাত্ৰা পথৰ আপুনিও সাৰথি হওঁক

25/07/2026

🚨বানপীড়িত ৰাইজৰ সহায়ৰ বাবে যদি বিশ্বনাথ,গহপুৰ,বিহালীৰ লগতে আন আন ঠাইৰ কোনো সদাশয় লোকে ক্ষুদ্ৰ পৰিমাণৰ কিছু আৰ্থীক সহায়ৰ হাত আগবঢ়াব বিচাৰে তেনেহ'লে সহায় কৰিব পাৰে !
👉লগতে যিসকলে সহায়ৰ অনুদান আগবঢ়াব তেওঁলোকৰ নামসমূহ আমি COMMENT BOX ৰ লগতে ভিডিঅ' আকাৰে প্ৰকাশ কৰিম!

🙏ধন্যবাদ🙏
সাংবাদিক পলাশ প্ৰিয়ম

25/07/2026
25/07/2026

🚨বানপীড়িত ৰাইজৰ সহায়ৰ বাবে যদি বিশ্বনাথ,গহপুৰ,বিহালীৰ লগতে আন আন ঠাইৰ কোনো সদাশয় লোকে ক্ষুদ্ৰ পৰিমাণৰ কিছু আৰ্থীক সহায়ৰ হাত আগবঢ়াব বিচাৰে তেনেহ'লে সহায় কৰিব পাৰে !
👉লগতে যিসকলে সহায়ৰ অনুদান আগবঢ়াব তেওঁলোকৰ নামসমূহ আমি COMMENT BOX ৰ লগতে ভিডিঅ' আকাৰে প্ৰকাশ কৰিম!

24/07/2026

🚨বিশ্বনাথৰ এজন আদৰ্শবাণ কৃষক জিতু ভূঞাই কৃষি কৰ্মৰে দেখুৱাইছে সেউজ বিপ্লৱ
👉৩০ বিঘাৰোও অধিক মাটিত কল, Degon Foot ৰ লগতে কৰিছে বিভিন্ন ধৰণৰ খেতি!

Address

Biswanath Chariali
784179

Website

Alerts

Be the first to know and let us send you an email when Behali Sangbad posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share