AtoZ channel

AtoZ channel "ATOZ Channel

26/01/2025

"Ram Mandir Biswanath Assam: A Stunning Temple That Will Leave You Awestruck!"

Homemade - fully chesey burger 🍔
19/01/2025

Homemade - fully chesey burger 🍔

19/01/2025

বিশ্বৰ সবাতোকৈ শক্তিশালী দেশৰ তালিকা প্রকাশ; শীর্ষ ৫টা স্থানৰ ভিতৰত নিজৰ স্থান সুৰক্ষিত কৰিলে ভাৰতে

২০২৫ বৰ্ষৰ সামৰিক শক্তিৰ ৰেংকিং প্রকাশ পাইছে। ‘গ্ল’বেল ফায়াৰপাৱাৰ’ নামৰ সংস্থাটোৱে এই তালিকা প্রকাশ কৰিছে। তালিকাৰ শীৰ্ষ তিনিখন ৰাষ্ট্ৰৰ ভিতৰত আছে আমেৰিকা, ৰাছিয়া আৰু চীন। তালিকাখনৰ শীর্ষস্থানত আছে আমেৰিকা। সামৰিক শক্তিৰ ক্ষেত্রত দ্বিতীয় স্থানত আছে ৰাছিয়া। তৃতীয় সবাতোকৈ শক্তিশালী ৰাষ্ট্ৰখন হৈছে চীন। ভাৰতেও তালিকাখনত শীর্ষ পাঁচটা স্থানৰ ভিতৰত নিজৰ স্থান সুৰক্ষিত কৰিছে। তালিকাখনৰ মতে ভাৰতৰ স্থান হৈছে চতুর্থ। পঞ্চম স্থানত আছে দক্ষিণ কোৰিয়া। ২০২৪ বৰ্ষতো উক্ত পাঁচোখন ৰাষ্ট্ৰই শীর্ষস্থানত আছিল। সেইফালৰ পৰা এইবাৰ শীর্ষ পাঁচটা স্থানৰ কোনো সালসলনি হোৱা নাই। ১০ খন সবাতোকৈ শক্তিশালী দেশৰ ভিতৰত ব্রিটেইন ষষ্ঠ, ফ্রান্স সপ্তম, জাপান অষ্টম, তুর্কী নৱম আৰু ইটালী দশম স্থানত আছে। পাকিস্তান চলিত বৰ্ষত শীর্ষ ১০ খন ৰাষ্ট্ৰৰ তালিকাৰ পৰা বাহিৰ হ’ল। তালিকাখনৰ মতে পাকিস্তানৰ স্থান হৈছে দ্বাদশ। বিগত বৰ্ষত সামৰিক শক্তিৰ দিশৰ পৰা পাকিস্তান নরম স্থানত আছিল। সেই হিচাপে এইবাৰ পাকিস্তানৰ স্থান অৱনমিত হ’ল। পাকিস্তানৰ উপৰি অস্ট্রেলিয়া আৰু ইউক্রেইনৰ ৰেংকিঙো এইবাৰ অৱনমিত হৈছে। আনফালে ভেনিজুৱেলা, কাজাখস্তান আৰু জর্ডানৰ স্থান তালিকাখনত উন্নত হৈছে। ভূটান তালিকাখনৰ সর্বনিম্ন স্থানত আছে।

Address

Biswanath Chariali
784175

Opening Hours

Monday 9am - 6pm
Tuesday 9am - 6pm
Wednesday 9am - 6pm
Thursday 9am - 6pm
Friday 9am - 6pm
Saturday 9am - 6pm

Alerts

Be the first to know and let us send you an email when AtoZ channel posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share