05/09/2026
শিক্ষক দিৱস ২০২৬: জ্ঞান, মূল্যবোধ আৰু সঠিক পথ দেখুওৱা প্ৰতিগৰাকী শিক্ষকলৈ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা 📚🙏
৫ ছেপ্টেম্বৰ — শিক্ষক দিৱস
শিক্ষকৰ নিষ্ঠা, ত্যাগ আৰু শিক্ষাই গঢ় দিয়ে এখন সুন্দৰ সমাজ আৰু দেশৰ ভৱিষ্যৎ। প্ৰতিগৰাকী শিক্ষকলৈ FOCUS AXOM 24-ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা। ❤️
#শিক্ষক_দিৱস #গুৰুৰ_প্ৰতি_শ্ৰদ্ধা