Rajib sarmah

Rajib sarmah নাম ৰাজীৱ শৰ্মা
ঘৰ বোকাখাত
পেচা- Unique decoration ৰ এজন কৰ্মী
ঘোষক, সাংস্কৃতিক কৰ্মী।
স্বাভিমানি মই অহংকাৰী নহয়।
(3)

14/12/2025

দেখিছে সকলোৱে কিমান জোৰ দিছে নাচিবলৈ😀, দিন বাগৰিছে কিন্তু ফটো ভিডিঅ লাহে লাহে আহে☺️। এটা মিঠা হাঁহিৰে দিনটোৰ আৰম্ভণি হওঁক, সু প্ৰভাত।

বন্ধুত্ব গঢ়িছিলোঁ যেতিয়া সুখ, দুখৰ লগৰী হম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ, সেয়েহে  তোমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিনটোত তোম...
11/12/2025

বন্ধুত্ব গঢ়িছিলোঁ যেতিয়া সুখ, দুখৰ লগৰী হম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ, সেয়েহে তোমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিনটোত তোমাৰ কাষত থিয় দিলোঁ। তোমাৰ যুগ্ম জীৱনৰ প্ৰতিটো পৃষ্ঠা ৰসাল হওঁক, তোমাৰ মন জয় কৰা হাঁহিৰে সকলোকে আপোন কৰি ,বৈবাহিক জীৱনটো সুন্দৰকৈ পাৰ কৰিবা বাবা।

I've just reached 30K followers! Thank you for continuing support. I could never have made it without each one of you. 🙏...
10/12/2025

I've just reached 30K followers! Thank you for continuing support. I could never have made it without each one of you. 🙏🤗🎉

24/11/2025

দেওবাৰৰ দিনটোত ২ঘণ্টাৰ বাবে আজৰি হৈ নিজৰ ঢোলৰ বিদ্যালয় খনত সময় দিওঁ☺️, কুকিলে বোলে আজি ভিডিঅ কৰে🤥🤥

23/11/2025
16/11/2025

কেতিয়াবা মন যায় গাবলৈ☺️

আগন্তুক কেইটিমান বৰ্ষৰ বাবে মোৰ নতুন সাৰথি। অভাৱ নহয় এতিয়া প্ৰয়োজন🙂
13/11/2025

আগন্তুক কেইটিমান বৰ্ষৰ বাবে মোৰ নতুন সাৰথি। অভাৱ নহয় এতিয়া প্ৰয়োজন🙂

ভালপোৱাৰ পৰিভাষা কেৱল কাম❤️
12/11/2025

ভালপোৱাৰ পৰিভাষা কেৱল কাম❤️

Address

Bokakhat

Website

Alerts

Be the first to know and let us send you an email when Rajib sarmah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rajib sarmah:

Share