XadhuKotha Productions

XadhuKotha Productions An independent production house based in Assam. Films, Documentaries, Music video, Advertising etc.

যোৰহটীয়া ৰাইজক লগ পাম বুলি আশা ৰাখিলোঁ। Mark the date...
17/05/2025

যোৰহটীয়া ৰাইজক লগ পাম বুলি আশা ৰাখিলোঁ।
Mark the date...

আমাৰ তৰফৰ পৰা সকলোলৈকে পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই পোহৰৰ উৎসৱে আমাৰ ঘৰখনক পোহৰাই তোলাৰ লগতে আমাৰ জী...
31/10/2024

আমাৰ তৰফৰ পৰা সকলোলৈকে পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই পোহৰৰ উৎসৱে আমাৰ ঘৰখনক পোহৰাই তোলাৰ লগতে আমাৰ জীৱনটোকো পোহৰাই তোলক। সমাজত ঘটি থকা অভাৱনীয় ঘটনা সমূহৰ মানসিকতাত এতিয়াও পুষ্ট সকলৰ মন মগজুলৈ এই পোহৰ বিয়পি যাওঁক।।সেয়ে প্ৰাৰ্থনা।।

শেহত, আমাৰ দেওঁলগা কোমোৰালৈ আপোনালোকে আগবঢ়োৱা মৰম আশীৰ্বাদখিনিৰ বাবে অশেষ ধন্যবাদ।
বিভিন্ন অভাৱ অভিযোগ,টিমৰ অনভিজ্ঞতা,অসুবিধাৰ মাজত যেন-তেন আপোনালোকলৈ ছবিখন আগবঢ়াইছিলোঁ, আসো‌ঁৱাহ ৰৈ যোৱাটো স্বাভাৱিক। ইয়াৰ পাছৰ পৰা পৰৱৰ্তী পৰিকল্পনাত মোৰ বিশ্বাস আপোনালোকে এক নতুন সোৱাদ লাভ কৰিব যাৰ বাবে আমাক প্ৰযোজকৰো প্ৰয়োজন বৰ্তমান, নুন্যতম প্ৰয়োজনীয় সূবিধা সমূহ লাভ কৰিলেই আমি ভাল কাম ৰাইজক উপহাৰ দিব পাৰিম।কোনো সদায় লোক যদি আগ্ৰহী হয় তেন্তে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে।

Deo loga kumura - https://youtu.be/3nJvPHe4TGQ?si=wF827ec6yCruSI6e

TIKENDRA JEET 🙏🏻

14/10/2024

XadhuKotha productions presents দেওঁলগা কোমোৰাA film by XadhuKothaStory, screenplay & Direction - Tikendra JeetProducer - P...

14/10/2024

"দেওঁলগা কোমোৰা" ৰ জোৰ…

এটা কোমোৰাই লগাব খলকনি, ট্ৰেইলাৰটো চাওঁ আহক-

আপোনালোকক কিছুদিন পূৰ্বে "দেওঁলগা কোমোৰা" শীৰ্ষক এখন চুটি ছবিৰ বিষয়ে আপোনালোকক জনাইছিলোঁ। সাধুকথা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখনৰ শেহতীয়াকৈ ট্ৰেইলাৰটো মুকলি কৰা হয়।

গ্ৰাম্য পটভূমিত নিৰ্মিত এই চুটি ছবিখনত কোমোৰা এটাক কেন্দ্ৰ কৰিয়েই কাহিনীভাগ আগবাঢ়িব। ট্ৰেইলাৰটো উপভোগ কৰি বুজিব পাৰি যে চাচপেন্স, হ'ৰ'ৰ, কমেডী সকলো ৰসেই ইয়াত পাব আপোনালোকে। চুটি ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা টিকেন্দ্ৰজিতৰ। প্ৰযোজনাৰ দায়িত্বত আছে প্ৰাঞ্জল দাস আৰু টিকেন্দ্ৰজিতৰ। অভিনয় কৰিছে ক্ৰমে অৰুণ হাজৰিকা, প্ৰিন্স হাজৰিকা, প্ৰাঞ্জল দাস, দিব্যজ্যোতি দাস, বলেন বৰা, দুলন বাহেক, ধীৰেণ দাস, বনশ্ৰী গগৈ, পূৰ্ণিমা দাস, ৰণ্টু দাস, বগী দাস আৰু বিপ্লৱ শইকীয়াই। দৃশ্যগ্ৰহণ কৰিছে ক্ৰমে পংকজ পাও, শুভন জ্যোতি কুৰ্মী আৰু পি.জে ঠেঙালে। সম্পাদনা কৰিছে শুভন জ্যোতি কুৰ্মী আৰু অনুপম বৰদলৈয়ে।

শীঘ্ৰে আপোনালোকে এই চুটি ছবিখন উপভোগ কৰিবলৈ পাব। ট্ৰেইলাৰটো চাওঁ আহক-

https://youtu.be/DBAmLPjX6pE?si=8AXs-fdTKfXVhtWa

07/10/2024

দেওঁলগা কোমোৰাটোৰ কথা মনত আছে নে?

07/10/2024

Kalija ker Morom || Official Promo Video || Beetol Bikash || Jyotika Boruah || Modern Jhumur Song || 2024Official Video Will Be Released on Tomorrow Mornin...

05/09/2024

সমূহ স্থানীয় ৰাইজক এই মাধ্যমৰ জৰিয়তে সাদৰেৰে আমাৰ অনুষ্ঠানভাগলৈ আমন্ত্ৰণ জনালোঁ।

স্থান - শংকৰদেৱ শিশু/বিদ্যা নিকেতন, ৰজাবাৰী।
সময় -৬ চেপ্তেম্বৰ , সন্ধ্যা ৭ বজাত।

এপাক আহিব। আপোনালোকৰ উপস্থিতিয়ে এই ন' শিকাৰুসকলক যথেষ্ট উৎসাহ যোগাব।। 🙏🏻

Address

Bokakhat
Bokakhat

Telephone

+919101870048

Website

Alerts

Be the first to know and let us send you an email when XadhuKotha Productions posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share