Pinky vlogs

Pinky vlogs Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Pinky vlogs, Digital creator, borsapori, Bokakhat.

I m a digital creators
✍️ সপোন বোৰ ভাগি গৈছে
🪞দাপোনৰ দৰে
আশা বোৰ মৰহি গৈছে 😭
শৰৎৰ শেৱালী দৰে 🥀🥀
তথাপিও জীয়াই আছোঁ
হেঁপাহৰে,আশাৰে
এদিন পুৰণ হ'ব
হেঁপাহ বোৰ,আশা বোৰ🤣🤣
জীৱন নামেই সংগ্ৰাম
জীৱন জিন্দাবাদ 🌹🌹

ভৰসা তেওঁৰ ওপৰত হে কৰা যায় যি বুজি পায় খংৰ আৰৰ সৰলতা চকুলো আৰৰ দূৰ্বলতা
20/06/2026

ভৰসা তেওঁৰ ওপৰত হে কৰা যায় যি বুজি পায় খংৰ আৰৰ সৰলতা চকুলো আৰৰ দূৰ্বলতা

এতিয়া আৰু টোপনি মতা সময় নাই ব্যৱস্থা জীৱন কৰ্ম কৰিবই লাগিব আজি আৰু দুদিনলৈ টোপনি নাযাব আজি আমাৰ বাৰ্ষিক বৰসবাহ ৰাতি লৈ...
16/06/2026

এতিয়া আৰু টোপনি মতা সময় নাই ব্যৱস্থা জীৱন কৰ্ম কৰিবই লাগিব আজি আৰু দুদিনলৈ টোপনি নাযাব আজি আমাৰ বাৰ্ষিক বৰসবাহ ৰাতি লৈ ভাওনা তাতে মই দিব দোকান। এতিয়া নিজক লৈ ব্যস্ত সুপ্ৰভাত প্ৰিয় সকল
সকলো আহিব কুৰুৱাবাহী নগঞা গাঁৱৰ নাম ঘৰত ভাওনা উপভোগ কৰিবলৈ

অনুভৱ আহিবানে আকৌ এবাৰ তল সৰা শেৱালি হৈমৰহি গ'লেই শেষ হোৱাৰ দৰে নে বাৰিষাৰ ধল বৰষুণ দৰে আহিবানে সেই তাহানিৰ সাধুকথা মনত ...
15/06/2026

অনুভৱ

আহিবানে আকৌ এবাৰ তল সৰা শেৱালি হৈ
মৰহি গ'লেই শেষ হোৱাৰ দৰে
নে বাৰিষাৰ ধল বৰষুণ দৰে আহিবা
নে সেই তাহানিৰ সাধুকথা মনত আছেনে
দোপৰ ৰাতি কেতেকী জনি হৈ আহিবা
নে পোৱাৰ ৰদালি হৈ আহিবা
নে ফাগুনৰ পছোৱা বতাহ জাকৰ দৰে আহিবা
নে বৰদলৈ চিলাৰ দৰে আহিবা সকলো চিঙি ভাঙি যোৱাকৈ ‌,,,,,,,,,,,,,,,,,,

Good afternoon friends
04/06/2026

Good afternoon friends

30/05/2026

Good evening everyone

জিৱনে বহুত কথাই শিকাই গ'ল সুপ্ৰভাত প্ৰিয় সকল
30/05/2026

জিৱনে বহুত কথাই শিকাই গ'ল সুপ্ৰভাত প্ৰিয় সকল

কৃষ্ণচূড়াৰ গছৰ তলত অলপ জিৰণি ললো
27/05/2026

কৃষ্ণচূড়াৰ গছৰ তলত অলপ জিৰণি ললো

আজি ক'ৰ্ট ত গৈছিলো ইমান ধুনীয়া এটা পৰিবেশ ফটো এখন নোতোলাকৈ থাকিব নোৱাৰিলো
26/05/2026

আজি ক'ৰ্ট ত গৈছিলো ইমান ধুনীয়া এটা পৰিবেশ ফটো এখন নোতোলাকৈ থাকিব নোৱাৰিলো

Address

Borsapori
Bokakhat

Website

Alerts

Be the first to know and let us send you an email when Pinky vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share