ৰাইজৰ সংবাদ

ৰাইজৰ সংবাদ সত্যৰ সন্ধানত ৰাইজৰ পক্ষত

15/08/2025

JERA ডেকাচাংত ৭৯ তম স্বাধীনতা দিৱস উদযাপন কৰা হয়
#ৰাইজৰ_সংবাদ

11/08/2025

সোণতলী মাহতলীৰ প্ৰিমিয়াৰ লিগ 2025 ৰ প্ৰথম বাৰ্ষিক ক্ৰিকেট টুৰ্নামেন্টৰ সফল সামৰনি।

02/08/2025

এইবাৰ শুকুৰ আলীয়ে পলুৱাই নিলে দুই সন্তানৰ মাতৃক। শুকুৰ আলীৰ এনে জঘন্য কাণ্ডৰ পিছতেই এটা দুৰ্ভগীয়া পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।

01/08/2025

কামৰূপ জিলাৰ নৱগঠিত ছমৰীয়া সমষ্টিৰ অন্তৰ্গত কালাতলীৰ চৌধুৰীপাম গাঁৱৰ আকস্মিক ভাৱে মৃত্যু
হোৱা মহিদুল ইছলামৰ ঘৰত উপস্থিত হয় কংগ্ৰেছ নেতা মেহবুব আলী।

01/08/2025

কাছাৰী পাম যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত প্ৰাইজমানী কছকো টুৰ্নামেণ্টৰ আজি সফল সামৰণি পৰে।
মুকলি ও বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কিষান কংগ্ৰেছৰ উপাধ্যক্ষ মেহবুব আলী।

18/07/2025

গোৱালপাৰাত ছাকোৱাৰ আলীৰ জানাজাত নিশা হাজাৰ হাজাৰ মুছলমান।

শোকাকুল পৰিৱেশত কৰিলে দোৱা। উচ্ছেদ অভিযানৰ মাজতে সংঘটিত হৈছিল শোকাৱহ ঘটনা।কিছমতপুৰ কবৰস্থানত জানাজা সম্পন্ন

#গোৱালপাৰাত #ছাকোৱাৰ_আলীৰ
#কিছমতপুৰ #কবৰস্থানত #জানাজা_সম্পন্ন #ৰাইজৰ_সংবাদ

15/07/2025

তিনিদিনীয়া কাৰ্য্যসূচীৰে আয়োজিত সদৌ অসম ভিত্তিত ক্ৰিকেট টুৰ্ণামেণ্টৰ আজি অন্ত পৰে।

ঘোঁৰাৰ মাংস কাটি হোটেলে হোটেলে বিক্ৰী কৰাৰ অভিযোগ।
08/03/2025

ঘোঁৰাৰ মাংস কাটি হোটেলে হোটেলে বিক্ৰী কৰাৰ অভিযোগ।

নতুন বছৰৰ শুভেচ্ছা ২০২৫
31/12/2024

নতুন বছৰৰ শুভেচ্ছা ২০২৫

11/12/2024

অসম দৈনিকৰ উদ্যোগত এক বৃহৎ ফটো প্ৰতিযোগিতা ( প্ৰতিযোগী নং - ৫১১)
#নিয়ম_সমূহ :
১) প্ৰতিযোগীৰ যিকোনো ফটো গ্ৰহণ কৰা হব
২) যিকোনো গ্ৰুপ ফটো গ্ৰহণ কৰা হব
৩) প্ৰতিযোগীয়ে পঠোৱা ফটো "অসম দৈনিক"ত আপলোড কৰা হব
৪) ৩১ জানুৱাৰী , ২০২৫ ৰ আগত প্ৰেৰণ কৰিব লাগিব
৫) আপলোড দিয়া ফটোত হোৱা Like, Comment, Share আৰু Reach সমূহৰ ভিত্তিত প্ৰতিযোগীক নিৰ্বাচিত কৰা হব ।
৬) WhatsApp ত প্ৰেৰণ কৰিব লাগিব ফটো
৭ 7099244205 নম্বৰত প্ৰেৰণ কৰিব লাগিব ফটো

Address

No 2 Dakshin Rangapani
Boko
781136

Website

Alerts

Be the first to know and let us send you an email when ৰাইজৰ সংবাদ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ৰাইজৰ সংবাদ:

Share