Jyoti Studio Official

Jyoti Studio Official This is a Official page of Jyotirmay Barman YouTube Channel.

05/01/2026

Electric Jotor ( বৈদ্যুতিক যঁতৰ )

অসমীয়া তাঁত-শালৰ সূতা ফুৰোৱাত সহায় হোৱাকৈ এটি আধুনিক বৈদ্যুতিক যঁতৰ নিৰ্মাণ -

আজি পোহৰৰ উৎসৱ দেৱালী উপলক্ষে এইদৰেই পদূলিমুখত কলগছত মাটিৰ চাকি জ্বলাই সেউজ দীপাৱলী পালন কৰিলোঁ।
20/10/2025

আজি পোহৰৰ উৎসৱ দেৱালী উপলক্ষে এইদৰেই পদূলিমুখত কলগছত মাটিৰ চাকি জ্বলাই সেউজ দীপাৱলী পালন কৰিলোঁ।

জুবিন গাৰ্গৰ সোঁৱৰণত এগছি বন্তি
18/10/2025

জুবিন গাৰ্গৰ সোঁৱৰণত এগছি বন্তি

অশেষ চেষ্টাৰ অন্তত এখন নিখুঁত আলোকচিত্ৰ আবদ্ধ কৰিলোঁ
18/10/2025

অশেষ চেষ্টাৰ অন্তত এখন নিখুঁত আলোকচিত্ৰ আবদ্ধ কৰিলোঁ

ভঁৰাল উপচি পৰাৰ আশাৰে ধাননি পথাৰত ঔ-টেঙাৰ খোলপাত এগছি বন্তি প্ৰজ্বলিত কৰিলোঁ
18/10/2025

ভঁৰাল উপচি পৰাৰ আশাৰে ধাননি পথাৰত ঔ-টেঙাৰ খোলপাত এগছি বন্তি প্ৰজ্বলিত কৰিলোঁ

কঙালী আঁতৰাই ভোগালী আদৰিবলৈ সাজু আজি প্ৰতিজন কৃষিজীৱি লোক। কাতি বিহুৰ শুভেচ্ছা প্ৰতিজন অসমীয়ালৈ।
18/10/2025

কঙালী আঁতৰাই ভোগালী আদৰিবলৈ সাজু আজি প্ৰতিজন কৃষিজীৱি লোক। কাতি বিহুৰ শুভেচ্ছা প্ৰতিজন অসমীয়ালৈ।

Address

Bongaigaon

Website

Alerts

Be the first to know and let us send you an email when Jyoti Studio Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jyoti Studio Official:

Share