Fast news

Fast news আমি সদায় সত্য আৰু ৰাইজৰ পক্ষত

11/06/2025

বাংলাদেশীৰ নামত মুছলামানৰ ওপৰত কৰা অত্যাচাৰ বন্ধ কৰাৰ দাবীত সংখ্যালঘুৰ প্ৰতিবাদ ।

AIUDF ৰ কেন্দ্ৰীয় উপ-সভাপতি তথা যোগীঘোপাৰ দাৰুল উলুম বালাপাৰাৰ প্ৰতিষ্ঠাপক মুফতি আব্দুল হ'কৰ দেহৱসান ৷
08/06/2025

AIUDF ৰ কেন্দ্ৰীয় উপ-সভাপতি তথা যোগীঘোপাৰ দাৰুল উলুম বালাপাৰাৰ প্ৰতিষ্ঠাপক মুফতি আব্দুল হ'কৰ দেহৱসান ৷

21/05/2025

আপোনালোকৰ অলপ সহায় আৰু এটা শ্বেয়াৰে কিজানি এটি নতুন জীৱন পাব পাৰে যোগীঘোপাৰ মুজাম্মেল হ'কে ।

19/05/2025

যোগীঘোপাৰ এটা পথ দুৰ্ঘটনাৰ ফলত ৮ মাহ ধৰি ষৰি আছে শয্যাগত অৱস্থাত‌ আছে চলন্তপাৰাৰ মুজ্জামেল হক।

17/05/2025

নিশা বঙাইগাঁও চহৰৰ ইউইংচ স্পা চেলুনত বঙাইগাঁও সদৰ আৰক্ষীৰ অভিযান।

অভিযানত স্পা চেলুন খনৰ পৰাই আটক কৰে যোগীঘোপাৰ অহিদুল ইচলাম, গোৱালপাৰাৰ পৱন শৰ্মাৰ লগতে নাৰী দেহ চক্ৰৰ সৈতে জৰিত পাচঁ যুৱতীক।

স্পা খনত দীৰ্ঘ দিনৰ পৰাই অনৈতিক কাম চলি থকাৰ অভিযোগ স্থানীয় একাংশৰ।

13/05/2025

এজাক বৰষুণতে বুৰ গ'ল গুৱাহাটীৰ বেলতলা

12/05/2025

যোগীঘোপাত দুই ড্ৰাগছ ব্যৱসায়ি আটক ।

09/05/2025

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ভয়ংকৰ পথ দূৰ্ঘটনাত,

ৰাস্তা পাৰ হৈ থাকতে তীব্ৰ বেগী বাহনে খুন্দিয়ালে এগৰাকী কিশোৰীক ।

AS01FT7333 নম্বৰৰ ALTO K10 বাহনে খুন্দিয়ালে কিশোৰী গৰাকীক ।

কিশোৰী জনীৰ অৱস্থা অতি সংকটজনক ।

উক্ত দূৰ্ঘটনাটো সংঘটিত হয় গুৱাহাটীৰ বৰাগাওঁ সমীপত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ।

09/05/2025

♦️ছফিয়া কুৰেশ্বী, ভৌমিকা সিঙৰ সাহস আৰু বীৰত্বৰ প্ৰশংসাৰ মাজতে সামাজিক মাধ্যমত ব্যাপক চৰ্চা ।

09/05/2025

Fast News ৰ দৰ্শকলৈ এক বিশেষ সতৰ্কবাণী, পাকিস্তানী চাইবাৰ অপৰাধীৰ পৰা সাৱধান হওঁক। যিকোনো ধৰনৰ ফোন মেচেজ পৰা সাৱধান।

fans

07/05/2025

গোৱালপাৰা জিলাৰ ৰাখালডুবীৰ ভোট কেন্দ্ৰত মাৰপিতৰ ঘটনা

29/04/2025

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ দলনি বিল বান্ধৰ কামত গয়া ৰাইজৰ হাতে কামে লাগিছে ।

Address

Guwahati
Guwahati
781001

Telephone

+919435958003

Website

Alerts

Be the first to know and let us send you an email when Fast news posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Fast news:

Share