ASSAM NE TIME

ASSAM NE TIME ৰাইজৰ স্বাৰ্থত অন্যায়ৰ বিৰুদ্ধে

16/06/2024

Champak automobiles bongaigaon tata motors 093654 26258

22/05/2024

বঙাইগাঁওৰ বৰঝোৰাৰ ঘটনাক লৈ AAMSU চিৰাং জিলা সভাপতি আৰু ABMSU ৰ জিলা সভাপতিয়ে চিৰাং জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত স্মাৰকপত্ৰ প্ৰদান কৰে আৰু উক্ত ঘটনাক তীব্ৰ ভাৱে নিন্দা আৰু গৰিহনা জনায়।

নিৰুদ্দেশ(missing)Name. Abdul Barek. Village. Balar Gudam. P. O. Nasatra. P. S: Mererchar. District..bongaigaon Assam . ...
19/05/2024

নিৰুদ্দেশ(missing)
Name. Abdul Barek. Village. Balar Gudam. P. O. Nasatra. P. S: Mererchar. District..bongaigaon Assam . যোৱাকালি পুৱা চাহ খোৱাৰ বাবে ঘৰৰ পৰা উলাই যায়, কিন্তু গোটেই দিন হৈ গল তেওঁ ঘৰত ঘুৰি অহা নাই।। যদি কোনো সদাশয় ব্যক্তি দেখা পায় অনুগ্রহ কৰি এইটো নাম্বাৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হল।। mobile.. 9101258282..8011252478.. নিৰুদেশ হোৱা ঠাইখিনি হল বৰপেটা ৰোডৰ লেচুকা গাওৰ পৰা।। ফেচবুক চলোৱা সকলে পোস্টটো শেয়াৰ কৰি সহায় কৰে যেন।।

17/05/2024

# 65 বছৰীয়া বৃদ্ধ বুঢ়া জনে বিবাহ পাশত আৱদ্ধ কৰিলে 25 বছৰীয়া সুন্দৰী যুৱতীক।
# প্ৰকৃততে এয়া প্ৰেম নে অইন কিবা?

05/05/2024

বঙাইগাঁও জিলাৰ বৰপথাৰ গাওঁৰ শিক্ষক আয়ুব খানৰ একমাত্ৰ পুত্ৰ ইৰসাদ খান সুখ্যাতিৰে MBBS ডিগ্ৰী অৰ্জন কৰি বৰপথাৰ গাওঁৰ সুনাম কঢ়িয়াই আনে।ইৰসাদ খানৰ লগতে তেওঁৰ পিতৃ মাতৃক বঙাইগাঁও জিলা আমছুৰ লগতে ডালিগাওঁ আঞ্চলিকৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে বঙাইগাঁও জিলা আমছুয়ে।তেওঁৰ এই প্ৰাপ্তিয়ে গাঁওবাসীক উৎফুল্লিত কৰি তুলিছে । জানিব পৰা মতে বৰপথাৰ গাওঁৰ ইৰসাদ খান প্ৰথম MBBS ডিগ্ৰী লাভ কৰিছে।

পুনৰ টকাৰ বাণ্ডিলৰ সৈতে UPPL ৰ নেতা মিনিচৰেং ব্ৰহ্মৰ ফটো ভাইৰেল।
04/05/2024

পুনৰ টকাৰ বাণ্ডিলৰ সৈতে UPPL ৰ নেতা মিনিচৰেং ব্ৰহ্মৰ ফটো ভাইৰেল।

  | কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী, বঙাইগাঁৱৰ সৌজন্যত আয়োজন কৰা উপহাৰ কুপন খেলৰ বিজেতাসকলৰ তালিকা।
01/05/2024

| কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী, বঙাইগাঁৱৰ সৌজন্যত আয়োজন কৰা উপহাৰ কুপন খেলৰ বিজেতাসকলৰ তালিকা।

30/04/2024

কোকৰাঝাৰত এটা চেটেলাইট চেনেল নিউজ 18 অসম ৰ ৰণশিঙা অনুষ্ঠানৰ মাজতে ছাত্ৰ সংগঠনৰ নেতৃত্বৰ সৈতে UPPL কৰ্মীৰ খণ্ড যুদ্ধ।

30/04/2024

আজি বঙাইগাঁও জিলাৰ বৰপথাৰত ৩ নং বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়।

BTC ৰ সাধাৰণ জনতাক প্ৰবঞ্চনা কৰি লুটপাট চলাই টকাৰ বিছনাত শুই থাকে UPPL দলৰ নেতা -কৰ্মী সকল। আপোনাৰ টকাৰ প্ৰয়োজন হৈছে নে...
28/04/2024

BTC ৰ সাধাৰণ জনতাক প্ৰবঞ্চনা কৰি লুটপাট চলাই টকাৰ বিছনাত শুই থাকে UPPL দলৰ নেতা -কৰ্মী সকল। আপোনাৰ টকাৰ প্ৰয়োজন হৈছে নেকি তেন্তে অতি শীঘ্ৰে যোগদান কৰক UPPL দলত আৰু হৈ যাওক লাখপতি। #হিমন্ত বিশ্ব শৰ্মা।

25/04/2024
25/04/2024

বৰপথাৰ আলী হুছেইনৰ ঘৰত ভয়ংকৰ অগ্নিকাণ্ডৰ সংঘটিত হয়।share

Address

Bongaigaon. Chapaguri Road
Bongaigaon
783380

Telephone

+919365426258

Website

Alerts

Be the first to know and let us send you an email when ASSAM NE TIME posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ASSAM NE TIME:

Share