17/04/2026
চিৰাং ৰুণীখাতা ফ’ৰেষ্ট ৰেঞ্জ অফিচত উত্তপ্ত পৰিস্থিতি | বন বিভাগ কাৰ্যালয়ত প্ৰতিবাদ আৰু শিলগুটি নিক্ষেপ
চিৰাং জিলাৰ ৰুণীখাতা ফ’ৰেষ্ট ৰেঞ্জ অফিচত আজি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। প্ৰতিবাদকাৰীসকলে বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত জ্বালা-লাইকা কৰি ক্ষোভ প্ৰকাশ কৰে। ৰুণীখাতা বজাৰত শিলগুটি নিক্ষেপ কৰাৰ ঘটনাও সংঘটিত হয়।
এই ঘটনাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে আৰু বিষয়টো মীমাংসাৰ দিশে আগবাঢ়ে।
👉 সম্পূৰ্ণ আপডেট পাবলৈ ভিডিঅ’টো শেষলৈ চাই থাকক।
Chirang news, Runikhata forest office, Assam protest news, forest department Assam, breaking news Assam, Runikhata bazar incident, Assam local news, protest in Assam, latest Assam news