Kamatapur বাৰ্তা

Kamatapur বাৰ্তা Kamatapur বাৰ্তা

18/11/2025
 #কমতাপুৰ_ফুটবল_টুৰ্ণামেন্ট_২০২৫ আজি ফেমি ফাইনেল খেলৰ কিছু মূহুৰ্ত। উপস্থিত থাকে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মাননীয় চ...
15/11/2025

#কমতাপুৰ_ফুটবল_টুৰ্ণামেন্ট_২০২৫
আজি ফেমি ফাইনেল খেলৰ কিছু মূহুৰ্ত। উপস্থিত থাকে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মাননীয় চীফ শ্ৰী জীৱেশ ৰায় ডাঙৰীয়াৰ লগতে বিভিন্ন বিশিষ্ট ব্যক্তিসকল। অহা ১৯ নবেম্বৰ তাৰিখে বৰ্ষণগাওঁ আৰু গ্লৱেল এফচিৰ মাজত অনুষ্ঠিত হবলগীয়া ফাইনেল খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী পাৰিষদ শ্ৰী জীৱেশ ৰায় ডাঙৰীয়াৰ লগতে বিটিচিৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া।

14/11/2025

কমতাপুৰ ফুটবল টুৰ্ণামেন্ট২০২৫
চূড়ান্ত খেল ১৯ নবেম্বৰ তাৰিখে।
মুখ্য অতিথি সন্মানীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া।

     Jibesh Ray
12/11/2025




Jibesh Ray

 #৩য়_সংখ্যক_কমতাপুৰ_ফুটবল_টুৰ্ণামেন্ট২০২৫আজিৰ খেলখনৰ শুভাৰম্ভণি কৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষ...
11/11/2025

#৩য়_সংখ্যক_কমতাপুৰ_ফুটবল_টুৰ্ণামেন্ট২০২৫
আজিৰ খেলখনৰ শুভাৰম্ভণি কৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ শ্ৰী জীৱেশ ৰায় ডাঙৰীয়া। উপস্থিত থাকে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় কাৰ্যবাহী পাৰিষদ সূধীৰ চন্দ্ৰ ৰায় ডাঙৰীয়া, ৰত্নপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নয়ন জ্যোতি কলিতা ডাঙৰীয়া, প্ৰাক্তন অধ্যক্ষ তৰুণীকান্ত ৰায় ডাঙৰীয়া, চাপৰৰ ৰাজহ চক্ৰ বিষয়া শশীভূষণ ৰাজকোঁৱৰ ডাঙৰীয়া আদি বিভিন্ন বিশিষ্ট ব্যক্তিসকল।

Address

Bongaigaon

Alerts

Be the first to know and let us send you an email when Kamatapur বাৰ্তা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share