বঙাইগাঁও সংবাদ

বঙাইগাঁও সংবাদ সময়ৰ সংবাদ সময়ত
আমাৰ যাত্ৰা সঠিক সংবাদ

24/09/2025

বঙাইগাঁৱত সচেতন নাগৰিকৰ মন্তব্য ৷

24/09/2025

বঙাইগাঁৱত সচেতন যুৱতী তথা ৰাইজৰ দলৰ নেত্ৰী মমী ৰায় চৌধুৰীৰ

23/09/2025

উত্তৰ শালমাৰাত সাৰ্বজনীন দু্ৰ্গা পূজা উপলক্ষে দশমীৰ দিনা আয়োজন কৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠান বাতিল । জুবিন গাৰ্গক শ্ৰদ্ধা জনাই এই সিদ্ধান্ত লোৱা হয় ।

23/09/2025

বঙাইগাঁৱৰ বর্ষণগাঁও জুবিন গাৰ্গ অনুৰাগী আৰু স্থানীয় ৰাইজৰ শ্ৰদ্ধাঞ্জলি৷

23/09/2025

বঙাইগাঁও চহৰৰ ডেউৰীপাৰাৰ নৰনাৰায়ন খেলপথাৰত জুবিন অনুৰাগী আৰু স্থানীয় ৰাইজৰ শ্ৰদ্ধাঞ্জলি৷

23/09/2025

বঙাইগাঁৱত ই-ৰিক্সাৰ ৰেলী।

22/09/2025
21/09/2025

জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি, সিদলসতী অ'ভাৰ ব্ৰীজৰ তলত

21/09/2025

বইটামাৰীত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলিৰ বিশাল শোভাযাত্ৰা-

21/09/2025

পুৰণি বঙাইগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত অৱসৰপ্ৰাপ্ত কৰ্ণেল প্ৰয়াত শিৱেন চন্দ্ৰ ৰায় আৰু প্ৰয়াত যতীন্দ্ৰ মোহন ৰায় সোঁৱৰণী এককালীন প্ৰাইজমানি ট্ৰফী ফুটবল প্ৰতিযোগিতা-

২৫ আৰু ২৬ চেপ্তেম্বৰত ছেমি ফাইনাল

Address

BONGAIGAON
Bongaigaon
783380

Alerts

Be the first to know and let us send you an email when বঙাইগাঁও সংবাদ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share