Sushil Chetry

Sushil Chetry This Account dedicated to our Bravest of Brave SOLDIER. Indian Army | Sushil Army Vlogger


🇮🇳 Jay Hind, Vandemataram 🇮🇳

वो पिता सच मे कितना सौभाग्यशाली है,जिसकी बेटी पर पूरा देश गर्व कर रहा है..❤️
31/10/2025

वो पिता सच मे कितना सौभाग्यशाली है,
जिसकी बेटी पर पूरा देश गर्व कर रहा है..❤️


গুৱাহাটীত বতৰেওৰৈ ৰৈ বিনাই আছে ।আন ফালে বা কি?এৰা ছবিৰ দৰ্শক সকলক টিভিৰ পৰ্দাত দেখি ভাবিছোঁ - মানুহ চিনেমা চাবলৈ যায় সু...
31/10/2025

গুৱাহাটীত বতৰেও
ৰৈ ৰৈ বিনাই আছে ।
আন ফালে বা কি?

এৰা ছবিৰ দৰ্শক সকলক টিভিৰ পৰ্দাত দেখি ভাবিছোঁ - মানুহ চিনেমা চাবলৈ যায় সুখত - দুখ কৰি চিনেমা চাবলৈ যোৱা প্ৰথমবাৰ দেখিলোঁ।



भारतीय नारी किसी से कम नहीं 🇮🇳Our women in blue have conquered Australia and marched into the CWC 2025 final with fire, ...
31/10/2025

भारतीय नारी किसी से कम नहीं 🇮🇳

Our women in blue have conquered Australia and marched into the CWC 2025 final with fire, focus, and fearless spirit.

Proud of these champions who keep rewriting history 💙

Give a bow 🤗🙏




“উশাহে উশাহে বেদনা বৰষেসুৰে সুৰে গানে চকুলো তোমাৰে…… তুমি নাহিলে সোণৰাতিও নুপুৱায়ভঙা কলিজা মোৰৰৈ ৰৈ বিনায়” এইবাৰো দৌৰি...
31/10/2025

“উশাহে উশাহে বেদনা বৰষে
সুৰে সুৰে গানে চকুলো তোমাৰে


তুমি নাহিলে সোণ
ৰাতিও নুপুৱায়
ভঙা কলিজা মোৰ
ৰৈ ৰৈ বিনায়”

এইবাৰো দৌৰি দৌৰি যাম,
তোমাৰ চিনেমা চাম 🥰


জেমিমা ৰদ্ৰিগুৱেজৰ অনবদ‍্য বেটিং বিক্ৰম আৰু অধিনায়িকা হৰ্মণপ্ৰীত কৌৰৰ সুন্দৰ অধিনায়কোচিত প্ৰদৰ্শনৰ সহায়েৰে শক্তিশালী ...
31/10/2025

জেমিমা ৰদ্ৰিগুৱেজৰ অনবদ‍্য বেটিং বিক্ৰম আৰু অধিনায়িকা হৰ্মণপ্ৰীত কৌৰৰ সুন্দৰ অধিনায়কোচিত প্ৰদৰ্শনৰ সহায়েৰে শক্তিশালী অষ্ট্ৰেলিয়াক ছেমি ফাইনেলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় দলটিলৈ আন্তৰিক অভিনন্দন। সঁচাই অভিভূত হ’লো!






31/10/2025

কোনেও যেন এই ভুল নকৰে চিনেমা খনক লৈ, ভিদিও যাতে কোনেও নকৰে , বৰ্ননা ও আহি যেন নকৰে কান্দি কাটি, ভিদিও বনাই। সকলোৰে চাবই নিজেই অনুভৱ কৰিব , দাদাৰ চিনেমা খনৰ নাম লৈ ভিউজ লোৱা পইছা ঘটা বেপাৰ নকৰিব , নিজকে বেপাৰি পৰিচয় নিদিব 🙏🙏

Zubeen Garg



"এতিয়াও সাৰে আছোঁ মইধূসৰ প্ৰভাতৰ ক্ষণ গণিধুমুহাৰ নিশা আজিওবাৰে বাৰে দিয়েহি আমনিকাষত স্মৃতিৰ অলেখ সমাধিহৃদয়ৰ হাহাকাৰ ক...
31/10/2025

"এতিয়াও সাৰে আছোঁ মই
ধূসৰ প্ৰভাতৰ ক্ষণ গণি
ধুমুহাৰ নিশা আজিও
বাৰে বাৰে দিয়েহি আমনি
কাষত স্মৃতিৰ অলেখ সমাধি
হৃদয়ৰ হাহাকাৰ কিদৰে শুনাও
মই এই পৃথিৱীক... "

- জুবিন গাৰ্গ

Zubeen Garg



Love Jihad is real & they will keep abusing Hinduism no matter how much you accommodate them!B,name - Raj Ahemad. adress...
30/10/2025

Love Jihad is real & they will keep abusing Hinduism no matter how much you accommodate them!
B,name - Raj Ahemad. adress Nalbari (tapabari)
Girls Name- sobah chattry . Father-Raju chatry
Please take this up - Kamrup Police Nalbari Police

Share Maximum 🙏

30/10/2025

फौजी को सब कुछ फ्री में मिलता है.. !

यह कहने वाले एक बार जरूर सुने..!




जुबीन दा यह सब खाते है बोलकर.. क्या अब श्रद्धांजलि में भी यह श्रद्धा दोगे 😥🤐ज़ुबीन गर्ग को ये कैसी श्रद्धांजलि दे रहे है...
29/10/2025

जुबीन दा यह सब खाते है बोलकर.. क्या अब श्रद्धांजलि में भी यह श्रद्धा दोगे 😥🤐

ज़ुबीन गर्ग को ये कैसी श्रद्धांजलि दे रहे है लोग? ज़ुबीन गर्ग के स्मारक पर हज़ारों तंबाकू, गुटखा और सिगरेट के पैकेट बिखरे पड़े हैं! क्या हम उन्हें इसी तरह सम्मान देते हैं? असम में कैसी अपमानजनक संस्कृति जड़ जमा रही है?


জানো, শেষত গৈ আমি এটা ঘোলাকণীয়েই  পাম 💔 কিন্তু এই জুইকুৰা সোণাপুৰতহে নুমাল ৷ বুকুত নহয় ৷ বুকুৰ জুইকুৰা নুনুমাই ৷ জ্বলি...
28/10/2025

জানো, শেষত গৈ আমি এটা ঘোলাকণীয়েই পাম 💔

কিন্তু এই জুইকুৰা সোণাপুৰতহে নুমাল ৷ বুকুত নহয় ৷ বুকুৰ জুইকুৰা নুনুমাই ৷ জ্বলি আছে জ্বলিয়েই থাকিব ৷



27/10/2025

अब राजनीतिक मोड़ ले ली है, क्या अब Zubeen Garg की पॉपुलैरिटी कम होगी ?? देखे पूरा वीडियो 🙏



Address

Bongaigaon

Website

Alerts

Be the first to know and let us send you an email when Sushil Chetry posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category