AZ News Assam

AZ News Assam ৰাইজৰ হকে, ৰাইজৰ বাবে.

Please Follow our Channel

Welcome to AZ News Assam Channel, a Fully Web-based Portal Under MSME, With registration Number UDYAM-AS-04-0021015.

08/07/2026

আজি সদৌ অসম ৰেলৱে লেৱাৰ ইউনিয়নৰ বঙাইগাঁও ব্ৰঞ্চৰ নতুন সাকা বনাই।।

04/07/2026

আজি মমতা বেনাৰ্জীৰ দলীয় কর্মী-সমর্থক ও জনসাধাৰণেৰ উদ্দেশে আছিল বার্তা ll

30/06/2026

"বিশেষ বাতৰি! আজি বঙাইগাঁওৰ মহাবিস্থান অঞ্চলত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা। উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ। এই মুহূৰ্তত পুলিচ উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। অধিক খবৰৰ বাবে অপেক্ষা কৰক।"

28/06/2026

পিযুচ হাজৰিকা এফালে বিহু, আনফালে ভূঁই ৰোৱা পর্ব। আজি বৰকছাৰীত আমাৰ চহা কৃষক ৰাইজৰ
সেতে কটোৱা অমূল্য সময়ৰ অনুভৱ সুকায়া...

23/06/2026

আজি বঙাইগাঁৱত IAS স্কুল প্ৰাংগণত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন গৰিমা শইকীয়া গাৰ্গৰ আৰু জুবলী বৰুৱা।।

Jay maa Kamakhya 🙏
22/06/2026

Jay maa Kamakhya 🙏

20/06/2026

চিৰাং জিলাত দিন দুপৰত চলিছে অবৈধ গো:ধনৰ বৃহত চিন্ডিকেট।

ভাৰত চৰকাৰ আইন তথা মূখ্যমন্ত্ৰীৰৰ কঠোৰ নিৰ্দেশক কেৰেপ নকৰি এইখন অসমত চলিআছে ৰম-ৰমিয়া গো:ধৰণৰ অবৈধ বেহা।

প্ৰাপ্ত তথ্য মতে AS-26AC-2925 নম্বৰ মিনি ট্ৰাক খনৰেই চিৰাং আৰু বৰপেটাৰ মাজত বহুদিনধৰি চলাই আহিছে চোৰাং গো:ধৰণৰ অবৈধ চিন্ডিকেট।

এইটো কিমান দূৰ সঁচা ?????

#চিৰাং

17/06/2026

আজি পুনর্বাসন ছাড়া হকাৰ উচ্ছেদেৰ বিৰুদ্ধে প্রতিবাদ কর্মসূচি তৃণমূল কংগ্ৰেছৰ।

17/06/2026

কৰ্ম ব্যস্ততাৰ মাজতো যেতিয়া কণমানিহঁতক লগ পাওঁ -তেওঁলোকৰ নিষ্কলুষ, নির্ভেজাল কথা-বতৰা আৰু শুভবোধে দিনটোক অধিক ধুনীয়া কৰি তোলে। সেয়ে এই সময় প্রিয় বুলি জনাই অসমৰ মুখ্যমন্ত্ৰী।

12/06/2026

Good News Good News....
Gastroenterology Dr Ablevale in Bongaigaon Medcure 13-06-26( Saturday)…..

Renowned Gastroenterologist from Yashoda Hospitals, Hyderabad

Dr.Tajuddin Farooqui

Consultant Gastroenterologist

Yashoda Hospitals |

Hitec City.

Contact number -9365175233

#বঙাইগাওঁ

Address

Bongaigaon
783380

Alerts

Be the first to know and let us send you an email when AZ News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share