Rejaul Karim Sarkar Fan’s Club

Rejaul Karim Sarkar Fan’s Club Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rejaul Karim Sarkar Fan’s Club, Digital creator, Bongaigaon.
(2)

07/09/2026

আল্লহে মৌলানা বদৰুদ্দিন আজমলৰ ডাঙৰীয়াৰ দান আৰু সামাজিক কাম কাজ কবুল কৰক 🤲
Maulana Badruddin Ajmal ...

আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বিভিন্ন ঠাইত জন সাধাৰণ লগত মত বিনিময় কৰে এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সাধাৰণ...
04/09/2026

আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বিভিন্ন ঠাইত জন সাধাৰণ লগত মত বিনিময় কৰে এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া
Rejaul Karim Sarkar , Ex-President of AAMSU

03/09/2026

Maulana Badruddin Ajmal.....

Happy birthday Sir ......
02/09/2026

Happy birthday Sir ......

01/09/2026

আজি নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও উপ-নিৰ্বাচন উপলক্ষে ধিং সমষ্টিৰ বিভিন্ন ঠাইৰ দলীয় কৰ্মীসকল আৰু সন্মানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া লগত উপস্থিত থাকে নগাওঁ জিলাৰ সন্মানীয় সভাপতি মতিয়ৰ ৰহমান ডাঙৰীয়া ও দলৰ বিষয়ববীয়া সকল।
Rejaul Karim Sarkar , Ex-President of AAMSU

27/08/2026

আজি নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত জুৰীয়া বজাৰত AIUDF দলৰ এক গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। সভাখনত জুৰীয়া জিলা পৰিষদ আৰু নগাঁও জিলা পৰিষদৰ ভিত্তিত পৃথকে পৃথকে দুখনকৈ নিৰ্বাচনী সমিতি গঠন কৰা হয়।

এই সমিতি গঠন অনুষ্ঠানত এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া উপস্থিত থকাৰ লগতে সভাখনত প্ৰাক্তন বিধায়ক হাজী আমিনুল ইছলাম ডাঙৰীয়াও উপস্থিত থাকে।
Rejaul Karim Sarkar , Ex-President of AAMSU

আজি নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত জুৰীয়া বজাৰত AIUDF দলৰ এক গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। সভাখনত জুৰীয়া জিলা প...
27/08/2026

আজি নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত জুৰীয়া বজাৰত AIUDF দলৰ এক গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। সভাখনত জুৰীয়া জিলা পৰিষদ আৰু নগাঁও জিলা পৰিষদৰ ভিত্তিত পৃথকে পৃথকে দুখনকৈ নিৰ্বাচনী সমিতি গঠন কৰা হয়।

এই সমিতি গঠন অনুষ্ঠানত এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া উপস্থিত থকাৰ লগতে সভাখনত প্ৰাক্তন বিধায়ক হাজী আমিনুল ইছলাম ডাঙৰীয়াও উপস্থিত থাকে।
Rejaul Karim Sarkar , Ex-President of AAMSU

Address

Bongaigaon

Website

Alerts

Be the first to know and let us send you an email when Rejaul Karim Sarkar Fan’s Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share