Times News Axom

Times News Axom Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Times News Axom, Media/News Company, Dabaka.

03/08/2025

কি হৈছিল।

03/08/2025

ডবকা বজাৰৰ দৃশ্য।

03/08/2025
02/08/2025

মই ৰজা নহয়, ৰজা হ’বও নিবিচাৰোঁ,মই ৰজাৰ ধাৰণাৰ বিৰোধী।

ৰাহুল গান্ধীৰ মন্তব্য।

02/08/2025

এইবাৰ ঘৰুৱা নিৰ্যাতনৰ বলি হৈছে হোজাই জিলাৰ এগৰাকী মহিলা
বিদেশত থকা স্বামীৰ পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ স্বামীগৃহৰ একাংশ লোকৰ বিৰুদ্ধে

02/08/2025

বিমানৰ ভিতৰত ভয়ংকৰ কাণ্ড।

01/08/2025

ডবকা ন-মাটিত এখন মেজিক ট্ৰাকৰ চকাটো বিস্ফোৰণ ঘটি ভাগৰি পৰে।

01/08/2025

২০২৬ ত মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে ১) গৌৰৱ গগৈ ২) হিমন্ত বিশ্ব শৰ্মা।

01/08/2025

অৱশেষত আব্দুল চুবুৰৰ মৃত্যুৰ ৰহস্য ফাদিল।
প্ৰমাণ সহ ডবকা আৰক্ষী চকীত এজেহাৰ দাখিল কৰি কি ক'লে আব্দুল চুবুৰৰ ভাতৃয়ে। তথ্য সহকাৰে আমি আহি আছো পৰবৰ্তী প্ৰতিবেদন লৈ।

31/07/2025

• ডবকাৰ ভেদৌৱাটী নিখাৰীমুখত এজন যুৱকৰ চৰম পন্থা।
• চিপ লৈ আত্মহত্যা আব্দুল চুবুৰ নামৰ যুৱক জনৰ।

Address

Dabaka
782440

Website

Alerts

Be the first to know and let us send you an email when Times News Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share