BN Media

BN Media মানুহ হ'বলৈ জাতি আৰু ধৰ্মৰ পৰিচয় নালাগে, লাগে মাথোঁ মানবতা।

জয় আই অসম���

11/08/2026

আমেৰিকাৰ কলম্বিয়া চহৰত ৭.৪ প্ৰাবল্যৰ ভয়াৱহ ভূমিকম্পৰ সময়ত , এই ভূমিকম্পৰ ফলত সমগ্ৰ অঞ্চলজুৰি বিস্তাৰ খতি সাধন হয়।

11/08/2026

বদৰুদ্দিন আজমলৰ ভৰি চুলে অসমীয়াৰ
মান সন্মান শেষ হয় আৰু মুখ্যমন্ত্ৰীৰ ভৰি
চুলে আৰ্শীবাদ হয়, ৰাইজলৈ প্ৰশ্ন মুখ্যমন্ত্ৰীতকৈ আজমল বয়সত সৰু নেকি ?

11/08/2026

চৰকাৰী চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নতুন নিয়ম। এতিয়াৰে পৰা Police 🚨 Varification বাধ্যতামূলক হ'ব চৰকাৰী চাকৰিৰ ক্ষেত্ৰত। ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ।

11/08/2026

এজন মানুহে কিমান নিচাযুক্ত দ্রব্য সেৱনকৰিলে নিজৰ সন্তানক উপৰৰ পৰা দাঙি প্ৰহাৰ কৰিব পাৰে, আপোনাৰো বুকু কপি উঠিব।

11/08/2026

ৰাখে হৰি মাৰে কোনে! ঈশ্বৰে যাক এই পৃথিৱীত যিমান দিন জীয়াই ৰাখিব তাক এক ইঞ্চিমান কোনেও একো কৰিব নোৱাৰে , জীৱন হ'ল ঈশ্বৰৰ দান, ঈশ্বৰে কোন সময়ত কাক কেতিয়া বিপদৰ পৰা উদ্ধাৰ কৰে কোনে ক'ব নোৱাৰে ।

11/08/2026

এজন সুস্থ মানুহৰ জীৱন কাঢ়ি ল'লে ICU এই। কেৱল ভৰিখন হে ভাঙিছিল, তাৰ পিছতে ICU ত ভৰ্তি কৰা হৈছিল আৰু ঘটনা শুনিলে চকু কপালত উঠিব আপোনাৰো

বদৰুদ্দিন আজমলৰ প্ৰশংসাত পঞ্চমুখ চিতু বৰুৱা
11/08/2026

বদৰুদ্দিন আজমলৰ প্ৰশংসাত পঞ্চমুখ চিতু বৰুৱা

11/08/2026

11/08/2026

Address

Dalgaon

Website

Alerts

Be the first to know and let us send you an email when BN Media posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share