zunu yellow queen

zunu yellow queen "পৰিস্থিতি যেমনই হোক মেনে নেওয়াৰ ক্ষমতা ৰাখবেন , আপনাৰ ধৈৰ্য আপনাৰ সাফল্যৰ চাবিকাঠি, ধৈৰ্যবান সব মানুষই একদিন সফল হয়।"

26/10/2025

Roi Roi binale

"Roi Roi Binale" — তোমাৰ শেষ সপোন, তাৰ সুৰত আজিও কান্দে আকাশ; প্ৰতিটো শব্দত তুমি বাচি আছা, প্ৰতিটো হৃদয়ত বাজি আছে “মায়া...
24/10/2025

"Roi Roi Binale" — তোমাৰ শেষ সপোন, তাৰ সুৰত আজিও কান্দে আকাশ; প্ৰতিটো শব্দত তুমি বাচি আছা, প্ৰতিটো হৃদয়ত বাজি আছে “মায়াবিনী” তুমি নামিলা সাগৰত, কিন্তু উৰি গʼলা আকাশত; হʼব পাৰে তুমি নিঃশব্দ, কিন্তু তোমাৰ সুৰ — জীৱনৰ ধ্বনি হৈ ৰʼল। জুবিন, তুমি নাম নহয় — তুমি অনুভৱ, তুমি বিদ্ৰোহ, তুমি প্ৰেমৰ পৰিচয়। তুমিয়েই সেইজন, যিয়ে হিয়াৰ বেদনাক গানত ৰূপ দিছিলা… আৰু আজি সেই গান শুনি আমি অসমীয়া কান্দিছো। 🎶💔🎵😭

23/10/2025

চুমা এটা খাই দিয়া ❤️

যি দেশত জুতা বিক্ৰী হৈ এচি ৰুমত, আৰু কিতাপ বিক্ৰী হৈ ৰাস্তাত — সেই দেশত দুর্নীতিবাদ সকল থাকিব পাচ তলাত আৰু গুণী লোকসকল থ...
23/10/2025

যি দেশত জুতা বিক্ৰী হৈ এচি ৰুমত, আৰু কিতাপ বিক্ৰী হৈ ৰাস্তাত — সেই দেশত দুর্নীতিবাদ সকল থাকিব পাচ তলাত আৰু গুণী লোকসকল থাকিব গছৰ তলত এইটোৱেই স্বাভাৱিক।

21/10/2025

আমি নাপাহৰো, আমি নাভাগৰো(Zubeen Garg Tribute Poem)আমি নাপাহৰো, আমি নাভাগৰো,জুবিনৰ সপোন হাওতিত উৰে আজি ওচৰো।সুৰৰ মাজত আছি...
20/10/2025

আমি নাপাহৰো, আমি নাভাগৰো
(Zubeen Garg Tribute Poem)

আমি নাপাহৰো, আমি নাভাগৰো,
জুবিনৰ সপোন হাওতিত উৰে আজি ওচৰো।
সুৰৰ মাজত আছিল তেখেতৰ প্ৰাণ,
এতিয়া সুৰহীন হৈ পৰিল সমগ্ৰ অসম।

গানত আছিল জীৱনৰ কথা,
মানুহৰ মৰম, নিৰুপায়তা।
কিন্তু ন্যায় বিহীন মৃত্যুৰে আকাশ কাঁইধি যায়,
“আমাক ন্যায় লাগিবই”— এই হাঁহিৰে প্ৰতিধ্বনি বয়।

আমাৰ হেঁপাহ, আমাৰ মৰম,
জুবিন তুমি অমৰ, তুমি আমাৰ ধৰ্ম।
স্মৃতিত তোমাৰ সুৰ বাজি থাকিব,
ন্যায়ৰ দিন আহিব — নিশ্চিয় আহিব।

19/10/2025

Happy diwali 🪔 ❤️

Address

Dalgaon
784514

Website

Alerts

Be the first to know and let us send you an email when zunu yellow queen posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share