01/07/2025
⚘️সন্ধিয়াৰ ৰং⚘️
সন্ধিয়াৰ বতাহত মিঠা সুবাস,
সূৰুযৰ পোহৰে ৰাঙলী আকাশ⚘️
বতাহজাকে কাণে কাণে কয়,
বিহনৰ আশাৰে মন জুৰায়⚘️
নীলা আকাশে সজা সপোন,
ৰাতিৰ বুকুত সেউজ সোঁৱৰণ⚘️
চকুত নিস্তব্ধতাৰ জোনাকী পোহৰ,
সন্ধিয়া আহিলে মন যায় হৰষৰ⚘️⚘️⚘️⚘️⚘️⚘️⚘️⚘️⚘️⚘️⚘️⚘️⚘️⚘️⚘️⚘️⚘️⚘️