Kharupetia বাৰ্তা

Kharupetia বাৰ্তা Kharupetiaবাৰ্তা
@প্ৰতিভাৰ সন্ধানত এখোজ,...
@আমি সদায় আপোনালোকৰ মাজত সত্য আৰু নিৰপেক্ষ খৱৰ লৈ আহিম।

28/12/2023

#আপোনাৰ ভাগ্য পৰীক্ষা কৰক মাত্ৰ ১০০ টকাত আৰু লৈ যাওঁক আকৰ্ষণীয় পুৰস্কাৰ।

09/08/2023

#অৱসৰপ্ৰাপ্ত শিক্ষক নবাব আলি আহমেদক উষ্ম সম্বৰ্ধনা।
#সমাজৰ পৰা এন্ধাৰ আতৰাই পোহৰ বিলাই দিয়া শিক্ষকৰ ওচৰত আমি সদায় চিৰ কৃতজ্ঞ।

07/08/2023

মুছলিম ছাত্ৰ সন্থা,অসমৰ দৰং জিলাৰ উদ্যোগত এই সম্বৰ্ধনা অনুষ্ঠান।

06/08/2023

ৰ বিতৰ্কিত নেতা শিলাদিত্য দেৱৰ ইছলাম বিৰোধী মন্তব্যক লৈ আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদৰ প্ৰতিক্ৰিয়া।

31/07/2023

#দৰং জিলাৰ মঙলদৈ মহৰ্ষি বিদ্যা মন্দিৰত ৰাষ্ট্ৰীয় বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ শিবিৰক লৈ দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানৰ প্ৰতিক্ৰিয়া৷

29/07/2023

এক দীৰ্ঘ দিনীয়া অভাব আৰু অপেক্ষাৰ অন্ত পেলাই শুক্ৰবাৰে শিক্ষাবিধ ডঃ আবু মঞ্জুৰ আহমেদে আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে এই অনুষ্ঠান খন।

23/07/2023

জানিব পৰা মতে, ল'ৰা জন মানসিক বিকাৰগ্ৰস্থ ,প্ৰায় 15দিনৰ পৰা আজগৰ আলীৰ পুত্ৰ ইনামুল হক(বাবু) নামৰ 20 বছৰীয়া যুৱক জন নিৰুদ্দেশ হৈ আছে ।কোনো সদাসয় ব্যক্তিয়ে যুৱক জনৰ সন্ধান পালে 7896886648 বা 6001317705 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাই।

21/07/2023

#শ্বাহানাজ পিন্টাৰছৰ ফিতা কাটি মুকলি কৰে দলগাওঁৰ বিধায়ক মজিবুৰ ৰহমানে।
দলগাওঁ জামে মছজিদৰ সমীপত আনুষ্ঠানিক ভাৱে মুকলি কৰিছে শ্বাহানাজ পিন্টাৰছ নামেৰে এখনি ফ্লেক্স,পষ্টাৰ,বেনাৰ প্ৰিন্টিং প্ৰতিষ্ঠান ।যি প্ৰতিষ্ঠানে বৃহত্বৰ অঞ্চলটোত এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব বুলি আশা কৰিছে সচেতন সমাজে।

12/07/2023

📌দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানৰ ঘৰত সংঘটিত হৈছে চুৰি কাণ্ড।
📌ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চলালে লুটপাত৷

07/07/2023

#খাৰুপেটীয়াৰ নিমতলী দলঙৰ জৰাজীৰ্ণ অৱস্থাৰ বাতৰি যোৱা ইং ৫/৭/২০২৩ তাৰিখে প্ৰকাশৰ পিছতেই আজি গা লৰিল বিভাগীয় কৰ্তৃপক্ষৰ৷

 #সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ইত্তেহাদ ফ্ৰণ্ট ৰাজ্যিক সমিতিৰ সভাপতি  নুৰ ইছলামৰ সৈতে বিশেষ সাক্ষাৎকাৰ Prativa Live ৰ "জনমত ...
07/07/2023

#সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ইত্তেহাদ ফ্ৰণ্ট ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলামৰ সৈতে বিশেষ সাক্ষাৎকাৰ Prativa Live ৰ "জনমত অনুষ্ঠান"ত।

06/07/2023

Live ৰ "জনমত অনুষ্ঠান" আব্দুল আওৱালৰ সৈতে আজিৰ অতিথি নেমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলাম।
# সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলামৰ প্ৰতিক্ৰিয়া।

Address

Darrang
784116

Telephone

+919577997305

Website

Alerts

Be the first to know and let us send you an email when Kharupetia বাৰ্তা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kharupetia বাৰ্তা:

Share