TIMES ASSAM 365

Call Website Contact the business
 #দৰং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক (Senior Superintendent of Police) হিচাপে দায়িত্ব গ্ৰহণ এ.পি.এছ শৰ্মিষ্ঠা বৰুৱাৰ। #তে...
11/08/2026

#দৰং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক (Senior Superintendent of Police) হিচাপে দায়িত্ব গ্ৰহণ
এ.পি.এছ শৰ্মিষ্ঠা বৰুৱাৰ।
#তেওঁৰ সুদক্ষ নেতৃত্বত দৰং আৰক্ষী আইন-শৃংখলা অটুট ৰখা, অপৰাধ দমন, জনশৃংখলা বজাই ৰখা আৰু নাগৰিকৰ সুৰক্ষা তথা নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব।
#দৰঙত দৃঢ় আৰক্ষী ব্যৱস্থা আৰু জনসেৱাৰ এক নতুন অধ্যায়ৰ সূচনা হ'ল।

09/08/2026

ত্ৰিৰংগা যাত্ৰা
ভাৰতীয় জনতা পাৰ্টি
দৰং জিলা বিজেপি।

বানপীড়িত ৰাইজৰ সহায়ৰ বাবে মন্ত্ৰী নীলিমা দেৱীয়ে দৰমহাৰ এটা অংশ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ায়,Himanta Biswa ...
24/07/2026

বানপীড়িত ৰাইজৰ সহায়ৰ বাবে মন্ত্ৰী নীলিমা দেৱীয়ে দৰমহাৰ এটা অংশ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ায়,
Himanta Biswa Sarma
TIMES ASSAM 365

 #দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত ACS বিষয়া কল্পনা ডেকা। #তেওঁ পূৰ্বতে পথৰুঘাট ৰাজহ চক্ৰ বিষয়া, ...
14/07/2026

#দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত ACS বিষয়া কল্পনা ডেকা।
#তেওঁ পূৰ্বতে পথৰুঘাট ৰাজহ চক্ৰ বিষয়া, দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰি গৈছিল।

আজি  #আন্তজাৰ্তিক_যোগ_দিৱস
21/06/2026

আজি
#আন্তজাৰ্তিক_যোগ_দিৱস

আজি PM Kisan ৰ ধন আপোনাৰ একাউণ্টত সোমালেনে ? TIMES ASSAM 365
20/06/2026

আজি PM Kisan ৰ ধন আপোনাৰ একাউণ্টত সোমালেনে ?
TIMES ASSAM 365

অতীতক নাযাবা পাহৰিTIMES ASSAM 365
20/06/2026

অতীতক নাযাবা পাহৰি
TIMES ASSAM 365

আজি বিঞ্চুৰাভ দিৱস TIMES ASSAM 365
20/06/2026

আজি বিঞ্চুৰাভ দিৱস
TIMES ASSAM 365

 #নীলিমা দেৱীক  পশু পালন পশু চিকিৎসা আৰু মীন বিভাগৰ কেবিনেট মন্ত্ৰী প্ৰদান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
08/06/2026

#নীলিমা দেৱীক পশু পালন পশু চিকিৎসা আৰু মীন বিভাগৰ কেবিনেট মন্ত্ৰী প্ৰদান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

আজি বিশ্ব পৰিৱেশ দিৱসTIMES ASSAM 365
05/06/2026

আজি বিশ্ব পৰিৱেশ দিৱস
TIMES ASSAM 365

Address

Darrang
784125

Alerts

Be the first to know and let us send you an email when TIMES ASSAM 365 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TIMES ASSAM 365:

Shortcuts

Share