Oddity central news Assam

Oddity central news Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Oddity central news Assam, Media/News Company, Darrang.

04/07/2023

নলবাৰী জিলা বিজেপিত সংঘাত আৰম্ভ হৈছে নেকি!

কিয় খং উঠিছে নলবাৰী জিলা বিজেপি দলৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ৷

03/07/2023

বিকাশৰ কাৰ্যসূচীৰে নলবাৰীত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,জয়ন্ত মল্ল বৰুৱা,ভৱেশ কলিতা,ৰণজিৎ দাস,সাংসদ দিলীপ শইকীয়া আৰু কুইন ওজাই।
শিল্পী সুদক্ষিণা শৰ্মাৰ বিয়োগত শোক প্ৰকাশ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

01/07/2023

নলবাৰী জিলা কংগ্ৰেছৰ সংবাদমেল৷

নলবাৰীৰ বিভিন্ন সমস্যাৰ ওপৰত আজি নলবাৰী ৰাজীৱ ভৱনত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ সংবাদ মেল৷

23/06/2023

*নলবাৰীত বানাক্ৰান্তৰ কাষত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী*

*ধৰ্মপুৰ সমষ্টিৰ কৈঠালকুছি, নাকেৰবাৰী, নদলা ,সাহপুৰ আদি অঞ্চলৰ বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন পাটোৱাৰী*

*পৰ্যাপ্ত বান সাহাৰ্য্য প্ৰদানৰ আশ্বাস মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ*

*সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী*

নলবাৰীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কলে সমষ্টি পুনঃনিৰ্ধাৰণত কোনো আপত্তি নাই৷

মুখ্যমন্ত্ৰীয়ে যি সিদ্ধান্ত লৈছে তাত আমাৰ কবলগীয়া নাই৷

সমষ্টিৰ নাম সলনি হলেও কোনো আপত্তি নাই বুলি কলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷

আজি নলবাৰীৰ চামতাত এই কথা জনালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷

20/06/2023

নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত ৰাভা দিৱস পালন

সমগ্ৰ ৰাজ্যৰ লগতে প্ৰতিকুল বতৰৰ মাজতে মঙলবাৰে নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগতো ৰাভা দিৱস পালন কৰা হয় ৷
এই উদ্যেশ্যে ২৬ নং বনগাঁও পঞ্চায়তত আয়োজিত ৰাভা দিৱসৰ কাৰ্যসূচীত জিলা উপায়ূক্ত গীতিমনি ফুকন , পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া শিখামনি বৰা , পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া অৰ্পনা শৰ্মা , পকোৱা জিলা পৰিষদৰ সদস্য পৱিত্ৰ কুমাৰ ডেকা , পঞ্চায়ত সভানেত্ৰী গীতিমা দেৱী , প্ৰধান শিক্ষয়িত্ৰী মীৰা ডেকাকে ধৰি কেববাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহন কৰে ৷ মুখ্যমন্ত্ৰী উপস্থিত থকা ধুবুৰীত অনুষ্ঠিত ৰাভা দিৱসৰ কাৰ্যসূচী লাইভ প্ৰত্যক্ষ কৰে উক্ত অনুষ্ঠানত ৷ অনুষ্ঠানটো গীতে মাতে জীপাল কৰি তোলে অমিয় হাজৰিকাৰ ৰাভা সংগীতৰ লগতে বৰনৰ্দ্দী আদৰ্শ বিদ্যালয়ৰ ছাত্ৰীৰ ৰাভা নৃত্যই ৷ অনুষ্ঠানত বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰৰজ্বলন কৰাৰ লগতে মাল্যাৰ্পন কৰা হয় ৷

18/06/2023

শাৰীৰিকভাবে সক্ষম শিল্পী মন্টু আলীৰ কন্ঠত শুনক এটি গীত৷

18/06/2023

*নলবাৰীৰ মিলন হাইস্কুল পানীগাওঁত প্ৰধান শিক্ষয়ত্ৰীৰ বিৰুদ্ধে সহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ৰাইজৰ গুৰুতৰ অভিযোগ।*

*ৰাজহুৱা সভাত উতপ্ত পৰিবেশ*

*প্ৰধান শিক্ষয়ত্ৰীৰ সন্মুখতে সহ শিক্ষকৰ লগতে ৰাইজে আনিলে এটাৰ পিছত আন এটা অভিযোগ*

*১৯৬১ চনতে স্থাপিত চৰকাৰী খণ্ডৰ বিদ্যালয় মিলন হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ভৱানী কলিতাৰ বিৰুদ্ধে আহিছে বহু অভিযোগ*



*আজি প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে ৰাজহুৱাকৈ অনা অভিযোগৰ ৱাবে বিদ্যালয়খনৰ পৰিচালনা সমিতিে অনুষ্ঠিত কৰে ৰাজহুৱা সভা*

*উল্লেখ্য যে সকলোৰে অভিযোগ নাস্যৎ কৰি এয়া গভীৰ শৰযন্ত্ৰ বুলি উল্লেখ কৰে শিক্ষয়িত্ৰী ভৱানী কলিতাই*

16/06/2023

*Big Breking*

*নলবাৰী বলাকুছি মথাউৰিত ভয়ংকৰ খহনীয়া*
*ৰেলুৱৈ কতৃপংক্ষৰ ওপৰত জনতাৰ ক্ষোভ*
*নলবাৰী বলাকুছিত মথাউৰিত ভয়ংকৰ খহনীয়া*
*বাৰিষাৰ প্ৰৱল বৃষ্টিপাতৰ ফলত সঘনে খহনীয়া হয় উক্ত মথাউৰিত*।
*বুধবাৰে নিশাৰ পৰা হোৱা অতিপাত বৃষ্টিপাতৰ ফলত মথাউৰিটো খহি পুখুৰী সদৃশ হৈ পৰা পৰিলক্ষিত হয়*।

16/06/2023

𝕭𝖍𝖚𝖒𝖎𝖕𝖔𝖒𝖕𝖔 𝖆𝖍𝖎𝖑𝖆𝖞 10:16 𝖆𝖒 𝖔𝖙 𝖕𝖔𝖜𝖆

16/06/2023

*কৃটিম বানৰ কৱলত সমগ্ৰ নলবাৰী চহৰ*

*পানী নিষ্কাশনৰ দায়িত্বত থকা নলবাৰী পৌৰ সভাৰ কাৰ্যালয়ৰ সন্মুখ ভাগতো পানীৰ ধল*

*চহৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়,নলবাৰী সদৰ থানাৰ লগতে চহৰ খনৰ মূল পথ সমুহ পানীৰ তলত*

10/06/2023

নিশাৰ এন্ধাৰত এয়া কি |
এক ভয় লগা দৃশ্য ||
𝖁𝖎𝖗𝖊𝖑 𝖛𝖎𝖉𝖊𝖔

Address

Darrang

Telephone

+916001589710

Website

Alerts

Be the first to know and let us send you an email when Oddity central news Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share