Giti-Santanu's Vlogs

Giti-Santanu's Vlogs Vlog Creator
(13)

Good night friends ❤️
03/08/2025

Good night friends ❤️

আজি ১৬ হাজাৰ বন্ধু সম্পূৰ্ণ হʼল। আপোনালোকক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জনালো 🙏। নতুন -পুৰণা বাচ-বিচাৰ নকৰি সকলোৰে যদি সহয...
03/08/2025

আজি ১৬ হাজাৰ বন্ধু সম্পূৰ্ণ হʼল। আপোনালোকক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জনালো 🙏। নতুন -পুৰণা বাচ-বিচাৰ নকৰি সকলোৰে যদি সহযোগিতা আগবঢ়োৱাৰ মানসিকতা থাকিলে হয়, তেনেহলে ফেচবুকত কম-বেছি পৰিমাণে সকলোৱে উপাৰ্জন কৰিব পাৰিলে হয়। বন্ধু -বান্ধৱী ঠিকেই বাঢ়িছে কিন্তু, সকলো পোষ্টত ভিউচ সেইমতে বঢ়া নাই।

এতিয়া আৰু ৰিল ভিডিঅ'ত আগৰ দৰে Earning নাই। ফটোতহে অলপ earning দি আছে। বেলেগৰ Earning  বাঢ়ে, মোৰ আকৌ কমে। ভিউচ, এংগেজমে...
03/08/2025

এতিয়া আৰু ৰিল ভিডিঅ'ত আগৰ দৰে Earning নাই। ফটোতহে অলপ earning দি আছে। বেলেগৰ Earning বাঢ়ে, মোৰ আকৌ কমে। ভিউচ, এংগেজমেন্ট সকলো ঠিক আছে। তথাপি আশাধাৰী জীৱ। ভাল দিন অহালৈ অপেক্ষা কৰিছো❤️।

দেওবাৰৰ দিন... তাতে আকৌ আজি গৰমটো কম। গতিকে দিনটো ৰান্ধি থকায়ে কাম আৰু...। আমনি লাগি যায় অ...। এইটো জনমতে সংসাৰ কৰিলোঁ...
03/08/2025

দেওবাৰৰ দিন... তাতে আকৌ আজি গৰমটো কম। গতিকে দিনটো ৰান্ধি থকায়ে কাম আৰু...। আমনি লাগি যায় অ...। এইটো জনমতে সংসাৰ কৰিলোঁ। আকৌ জনম পালেও সংসাৰ কৰাৰ কথা নাভাবো😁। নাজানো আৰু কিছুমানে কিয় দুই-তিনিবাৰকৈ বিয়া হয় মানে পলাই যায় 🤔? একেখিনি কামেই হে কৰিব লাগে হেৰৌ😂😂।

যাত্ৰাপথত চাহ খোৱাৰ আমেজেই সুকীয়া🤗। পাহাৰীয়া ঠাই, গতিকে ঠাণ্ডা ঠাণ্ডা অনুভৱ এটা গাত মেৰিয়াই গৰম চাহত চুমক। আস্ , অপূৰ...
03/08/2025

যাত্ৰাপথত চাহ খোৱাৰ আমেজেই সুকীয়া🤗। পাহাৰীয়া ঠাই, গতিকে ঠাণ্ডা ঠাণ্ডা অনুভৱ এটা গাত মেৰিয়াই গৰম চাহত চুমক। আস্ , অপূৰ্ব । আৰু যদি চাহ কাপ মন পচন্দৰ হয়, তেনেহলে সোণত সুৱগা চৰে ❤️। দিনটো ভাত নোখোৱাকৈ থাকিব পাৰিম, কিন্তু চাহ নোখোৱাকৈ থকাটো কঠিন। যিমান গৰম পৰিলেও চাহ খামেই। কাৰ কাৰ প্ৰিয় বাৰু?

দুখ সকলোৰে থাকে। কিছুমানে হাঁহিৰে লুকুৱাই ৰাখে, কিছুমানে চকুপানীৰে প্ৰকাশ কৰে।
03/08/2025

দুখ সকলোৰে থাকে। কিছুমানে হাঁহিৰে লুকুৱাই ৰাখে, কিছুমানে চকুপানীৰে প্ৰকাশ কৰে।

Good morning friends ❤️সুপ্ৰভাত
03/08/2025

Good morning friends ❤️
সুপ্ৰভাত

📌📌বেলেগৰ দোষ খুচৰি সমালোচনা কৰাটোৱেই হৈছে সকলোতকৈ সহজ কাম। Good night friends ❤️
02/08/2025

📌📌বেলেগৰ দোষ খুচৰি সমালোচনা কৰাটোৱেই হৈছে সকলোতকৈ সহজ কাম।
Good night friends ❤️

সকলোৰে কথা ভাবোতে নিজৰ ভালপোৱাবোৰৰ কথা পাহৰি যোৱা যায়। সকলো নাৰীৰে লগত হয় চাগৈ। নাৰীৰ জীৱন মানেই হৈছে ত্যাগৰ কাহিনী । ...
02/08/2025

সকলোৰে কথা ভাবোতে নিজৰ ভালপোৱাবোৰৰ কথা পাহৰি যোৱা যায়। সকলো নাৰীৰে লগত হয় চাগৈ। নাৰীৰ জীৱন মানেই হৈছে ত্যাগৰ কাহিনী ।

02/08/2025

I want to give a huge shout-out to my top Stars senders. Thank you for all the support!

Rupalim Borthakur Goswami, Nihar Marak

কাৰোবাক পাহৰিবলৈ চেষ্টা কৰাটোৱেই হৈছে মনত ৰখাৰ সহজ উপায় 😊।
02/08/2025

কাৰোবাক পাহৰিবলৈ চেষ্টা কৰাটোৱেই হৈছে মনত ৰখাৰ সহজ উপায় 😊।

Address

Mangaldoi

Website

Alerts

Be the first to know and let us send you an email when Giti-Santanu's Vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Giti-Santanu's Vlogs:

Share