30/07/2025
মিঞাৰ দাবী বাংলাদেশত হ'ব মিঞাঁ লেণ্ড ৷
পাকিস্তান, বাংলাদেশ, আফগানিস্তান,কটাৰ, কুৱেইট,ইৰাক,ইৰাণ,জৰ্দন তাত আছে ইয়াত নাই উত্তৰ পূব ভাৰত কেৱলমাত্ৰ আদিম ভূমি পুত্ৰ জনজাতীয় লোকৰ লেণ্ড হে হ'ব। অসমত কাৰ্বি লেণ্ড,বড়ো লেণ্ড,তিৱা লেণ্ড, মিছিং লেণ্ড,ৰাভা লেণ্ড, ডিমাছা লেণ্ড,গাৰু লেণ্ড হ'ব পাৰে বাকী থকা অন্যান্য খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লেণ্ড হ'ব পাৰে কিন্তু মিঞাঁ লেণ্ড লুঙি লেণ্ড নহ'ব