Modinar Ashik

Modinar Ashik Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Modinar Ashik, Digital creator, Darrang.

16/01/2025
অসমীয়া অনুবাদ:      অসীম দয়ালু পৰম কৰুণাময় আল্লাহৰ নামত আৰম্ভ কৰিলো ___ আকাশমণ্ডল আৰু পৃথিৱীৰ অধিপত্য (একমাত্ৰ) আল্লা...
22/12/2024

অসমীয়া অনুবাদ: অসীম দয়ালু পৰম কৰুণাময় আল্লাহৰ নামত আৰম্ভ কৰিলো ___ আকাশমণ্ডল আৰু পৃথিৱীৰ অধিপত্য (একমাত্ৰ) আল্লাহৰ আৰু আল্লাহ সকলো বিষয়ৰ ওপৰত শক্তিমান! নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিৰ লগতে দিন ৰাতিৰ পৰিবৰ্তনত জ্ঞানীসকলৰ বাবে বহু নিদৰ্শন আছে! সেই সকলে থিয়হৈ বহি আৰু কাতিকৈ শুই আল্লাহক স্মৰণ কৰে তথা আকাশমণ্ডল ও পৃথিৱীৰ সৃষ্টিৰ বিষয়ে চিন্তা চৰ্চা কৰে, _হে আমাৰ প্ৰতিপালক এইবোৰ তুমি অনৰ্থক সৃষ্টি কৰা নাই, তুমি পবিত্ৰতম, সেয়ে তুমি আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা ( ছুৰা আল ইমৰান: আয়াত নং ১৭৯-১৯১) بسم الله رحمن الرحيم. ولله ملك السموت والارض والله على كل شيء قدير _ ان في خلق السموت والارض وا ختلا ف الليل والنهار لايت لاولي الالباب- الزين يز كرون الله قيا ما و قعودا و على جنوبهم و يتفكرون في خلق السموت والارض ربنا ما خلقت هذا با طالا سبحنك فقنا عذاب النار

অসমীয়া অনুবাদ _ হজৰত আবু হুৰাইৰা (ৰাঃ )ৰ পৰা বৰ্ণিত  তেখেতে কৈছে ৰছুলুল্লা (ছঃ) বৰ্ণনা কৰিছে মুছলমান হ'ল সেইজন যিজনৰ জি...
21/12/2024

অসমীয়া অনুবাদ _ হজৰত আবু হুৰাইৰা (ৰাঃ )ৰ পৰা বৰ্ণিত তেখেতে কৈছে ৰছুলুল্লা (ছঃ) বৰ্ণনা কৰিছে মুছলমান হ'ল সেইজন যিজনৰ জিভা (মুখৰ কথা) আৰু হাতৰ পৰা অইন মুছলমান সকল নিৰাপদ বোধ কৰে আৰু মুমিন (বিশ্বাস) হ'ল সেইজন যিজনৰ পৰা মানুহে তেওঁলোকৰ জীৱন আৰু সম্পদ সুৰক্ষিত বোলি ভাৱে (হাদিছটো ইমাম তিৰমীজি আৰু ইমাম নাছাঈয়ে)। عن أبي هريرة قال قال رسول الله صلي عليه وسلم المسلم من سلم المسلمون من لسانه ويده والمومن من امنه الناس علي دما ءهم واموالهم_( رواه ترمزى و نساء)

Address

Darrang

Website

Alerts

Be the first to know and let us send you an email when Modinar Ashik posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share