Axom 360

Axom 360 Axom 360, খবৰ, যি সদায় আপোনাৰ লগত থাকে 24X7
WhatsApp -7635999775

15/07/2025

নলবাৰীত বিজেপিৰ 'ধন্যবাদ জ্ঞাপন কার্যসূচী' শীর্ষক বিশেষ ৰেলী। ৰাজ্য চৰকাৰে চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে বিজেপিৰ এই কাৰ্যসূচী। নলবাৰীৰ গৰ্ডন ফিল্ডৰ পৰা উলিওৱা হয় এই সমদল। সমদলত অংশ লয় মন্ত্রী চন্দ্রমোহন পাটোৱাৰী আৰু মন্ত্রী জয়ন্ত মল্লবৰুৱাই। কেইবা শতাধিক বিজেপিৰ নেতা-কর্মীয়েও অংশ লয় এই সমদলত

15/07/2025

বেদখলকাৰী মাটি উচ্ছেদ অভিযানৰ বাবে মূখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন- ডিব্ৰুগড় জিলা বিজেপি।

15/07/2025

২ নং ঘগ্রাপাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে অৰবিন্দ বৰ্মন আৰু উপ-সভাপতি লতিকা ৰাজবংশী বৰ্মন বাচনি

আপুনিও জনাওক শুভেচ্ছা। ভাৰতক গৰ্বিত কৰি পৃথিৱী পালেহি শুভাংশু শুক্লা।
15/07/2025

আপুনিও জনাওক শুভেচ্ছা। ভাৰতক গৰ্বিত কৰি পৃথিৱী পালেহি শুভাংশু শুক্লা।

15/07/2025

"অনাথ, দৰিদ্ৰ আৰু সমাজৰ পিছপৰা অঞ্চলৰ আদিবাসী,চাহ জন জাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সু-খৱৰ।

স্বেচ্ছাসেৱী অনুষ্ঠান বাডিং ফ্লাৱাৰ্ছৰ উদ্যোগত আৰম্ভ কৰিছে বিনামূলীয়া কোচিং প্ৰশিক্ষণ। উদ্দেশ্য সমাজৰ পিছপৰা-চাহ বাগান অঞ্চলৰ অনাথ, দৰিদ্ৰ আৰু- ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ সুবিধা প্ৰদান কৰা। সেই বিষয়ে আজি জীৱন ফুকন নগৰ, সংহত শিশু উন্নয়ন প্রকল্প বিষয়াৰ কাৰ্যালয়ত বাডিং ফ্লাৱাৰ্ছ বিষয়ববীয়া সকলে এক সংবাদ মেল সম্বোধন কৰি NGO উদ্যোগত জৱাহৰ নবোদয় বিদ্যালয়ত নাম ভৰ্তিৰ লগতে প্ৰবেশ পৰীক্ষাৰ আৰু কোচিং সম্পৰ্কে বিষয়ববীয়া সকলে এই দৰে কয়।

ডিব্ৰুগড়ৰ পৰা প্ৰশান্ত শইকীয়াৰ ৰিৰ্পট Asom 360.

15/07/2025

আল*ফাৰ শিবিৰ ত হোৱা আক্ৰ*মণ সন্দৰ্ভত AASU ৰ সভাপতি ৰ মন্তব্য

15/07/2025

২০২৬ ৰ বিধানসভা নিৰ্বাচনত অগপ বিজেপিৰ মিত্ৰতা সন্দৰ্ভত অগপ নেতা কেশৱ মহন্তৰ মন্তব্য

15/07/2025

15/07/2025

15/07/2025

শোনিতপুৰৰ চটাইত মিচিং জনগোষ্ঠীৰ সংগঠনৰ পথ অৱৰোধ
অসমৰ যুৱকক অৰুনাচল প্ৰদেশত হত্যাৰ প্ৰতিবাদ

15/07/2025

কনিহা তৰুণ সংঘত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’ল ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত আৰু পুৰুষোত্তম দাসৰ গীতৰ ওপৰত ১৫ দিনীয়া সঙ্গীত কৰ্মশালা

15/07/2025

জামুগুৰিহটত ত চোৰাং কাঠ সহ গাড়ী জব্দ

Address


Website

Alerts

Be the first to know and let us send you an email when Axom 360 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share