Mr_Sabir_Vlogs

Mr_Sabir_Vlogs please guys follow me this page mr_Sabir_Vlogs remember please my new page and follow like

16/08/2025

ডবকাৰ গণিপুৰত পথ দু/ৰ্ঘ/ট/না।

দুৰ্ণীতিগ্ৰস্ত গাঁওবুঢ়াৰ বিৰুদ্ধে আমছু'ৰ স্মাৰকপত্ৰ:বিহাৰত Special Intensive Revision  সম্পন্ন কৰা আৰু ইয়াৰ বিসংগতিপূৰ্...
16/08/2025

দুৰ্ণীতিগ্ৰস্ত গাঁওবুঢ়াৰ বিৰুদ্ধে আমছু'ৰ স্মাৰকপত্ৰ:

বিহাৰত Special Intensive Revision সম্পন্ন কৰা আৰু ইয়াৰ বিসংগতিপূৰ্ণ ফলাফলৰ ফলত সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যিহেতু এই মূহুৰ্তত অসমত Special Intensive Revision কৰাক কোনো ঘোষনা হোৱা নাই, তেনেক্ষেত্ৰ SIR সম্পৰ্কে একাংশ লোকে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰাৰ ফলত সাধাৰণ অশিক্ষিত লোক সকল আতংকিত হৈ প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ কৰাৰ লাগি গৈছে, ইয়াৰে অন্যতম Delayed birth certificate. ইয়াৰ সুযোগ লৈ একাংশ গাঁওবুঢ়াই প্ৰমানপত্ৰ প্ৰদান কৰাৰ নামত বে-আইনী ভাবে সাধাৰণ অশিক্ষিত লোকৰ পৰা ভয় ভাবুকিৰে ধন সংগ্ৰহৰ খবৰ সমগ্ৰ হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আছে। ইয়াৰ উপৰিও একাংশ common service centre ৰে আবেদন কৰাৰ নামত আৰু শপতনামা প্ৰস্তুত কৰাৰ নামত ব্যাপক ধন দাবী কৰাৰ খবৰ পোৱা গৈছে। এই সংক্ৰান্তত আমছু হোজাই জিলা সমিতিয়ে হোজাই আৰক্ষী অধীক্ষক মহোদয়ক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীৰে স্মাৰকপত্ৰ প্ৰদান কৰে।

15/08/2025
Only share
14/08/2025

Only share

13/08/2025

বিজেপিৰ একাংশ নেতাই চিনি নাপায় মুখ্যমন্ত্ৰীক।

13/08/2025

Hero name please send me comment section hero # #

13/08/2025

আৰক্ষীৰ বাহন ভাঙিলে আক্ৰমনত কেইজন মান আৰক্ষী জোৱান আহত হয়।

11/08/2025

Girls fight

11/08/2025

Like and share

Mohammed Siraj's father must be looking down on him with immense pride, seeing how accomplished he has become! ❤️ Siraj ...
05/08/2025

Mohammed Siraj's father must be looking down on him with immense pride, seeing how accomplished he has become! ❤️ Siraj disclosed that the motivation stems from remembering his father in every match and the diligent effort he invested to play for India and secure victories. 🏏🇮🇳💪🏽👏

05/08/2025

হঠাৎ যমুনা গাওঁৰ এই অৱস্থা দেখি বহুত বেয়া লাগিছে

Address

Delhi

Alerts

Be the first to know and let us send you an email when Mr_Sabir_Vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share