Bidur Ray BMTS

Bidur Ray BMTS Content creator

23/09/2025
23/09/2025

জুবিন দাৰ শেষ বিদায়

তামুলপুৰ মহকুমাৰ কুমাৰীকাটা ফৰেষ্ট ৰেঞ্জৰ অন্তৰ্গত ভাৰত ভুটান সীমান্তৰ গুৱাবাৰীত শণিবাৰে এটি কেঁকো সাপ উদ্ধাৰ কৰিবলৈ সক্...
14/05/2023

তামুলপুৰ মহকুমাৰ কুমাৰীকাটা ফৰেষ্ট ৰেঞ্জৰ অন্তৰ্গত ভাৰত ভুটান সীমান্তৰ গুৱাবাৰীত শণিবাৰে এটি কেঁকো সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, পুৱা স্থানীয় লোকে গাঁৱখনৰ প্ৰাথমিক বিদ্যালয় চৌহদত এটি কেঁকো সাপ চৰি থকা প্ৰত্যক্ষ কৰে ।
লগে লগে কুমাৰীকাটা ফৰেষ্ট ৰেঞ্জত খবৰ দিয়ে স্থানীয় ৰাইজে ৷ খবৰ লাভ কৰাৰ লগে লগে কুমাৰীকাটা বনাঞ্চলিক কাৰ্যলয়ৰ ভাৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া বীৰেন বড়োৰ নেতৃত্বত এটি দল ঘটনাস্থলীত উপস্থিত হয় ৷ সীমান্তৰ ২৪ নং এছ এছ বিৰ বেটেলিয়নৰ দল এটিও উপস্থিত হোৱাত এছ এছ বিৰ সহযোগত কেকো সাপটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় দলটোয়ে ৷
উদ্ধাৰ কৰা কেঁকো সাপডাল প্ৰথমে কুমাৰীকাটা ৰেঞ্জলৈ লৈ যোৱা হয় ৷ আৰু তাৰ পিছতে কুমাৰীকাটা বনবিভাগে সাপডাল ভুটান সীমান্তৰ ঘন জংঘলত এৰি দিয়ে বুলি জানিবলৈ দিয়ে

News Source
Asomiya Pratidin

Address

No
Delhi
00

Telephone

+916205782032

Website

Alerts

Be the first to know and let us send you an email when Bidur Ray BMTS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share