
23/09/2025
কিমানক যে হেৰুৱালে তেখেতে।শেষত নিজৰ প্ৰাণতকৈ অধিক মৰমৰ একমাত্ৰ দাদাকো ভগৱানে লৈ গ' ল। জুবিন দাৰ সৰু ভন্টি বহুতেই গমেই নাপায়।... এই সীমাহীন দুখ সহিবলে ভগৱন্তই শক্তি দিয়ক🙏
Dr-Palmee Borthakur ❤️