Vild PG New

Vild PG New Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Vild PG New, Media/News Company, Sivasagar, Demow.

26/03/2026

Prank On lakhpoti Baidew

25/03/2026

লাখপতি বাইদেউক Prank

13/02/2026

কোন হব ডিমৌ সমষ্টিৰ পৰবৰ্তী বিধায়ক...?ডিমৌ সমষ্টিৰ ৰাইজে এইবাৰ কাক বিচাৰে....?
06/02/2026

কোন হব ডিমৌ সমষ্টিৰ পৰবৰ্তী বিধায়ক...?
ডিমৌ সমষ্টিৰ ৰাইজে এইবাৰ কাক বিচাৰে....?

অৰুণাচল প্ৰদেশত মায়দিয়াত আৰক্ষী জোৱান নিহত হোৱাৰ পিছত মৃত অৱস্থাত উদ্ধাৰ মাইকী বাঘজনী। নামনি দিবাং উপত্যকা জিলাৰ মায়দ...
06/02/2026

অৰুণাচল প্ৰদেশত মায়দিয়াত আৰক্ষী জোৱান নিহত হোৱাৰ পিছত মৃত অৱস্থাত উদ্ধাৰ মাইকী বাঘজনী।
নামনি দিবাং উপত্যকা জিলাৰ মায়দিয়াত অৰুণাচলৰ এজন আৰক্ষী জোৱান বাঘৰ আক্ৰমণত মৃত্যু হোৱা দুদিন পিছতে জড়িত বাঘজনী গুলীৰ আঘাতপ্ৰাপ্ত হৈ মৃত অৱস্থাত উদ্ধাৰ হয়।

জাতীয়তাবাদ কাক বোলে তাৰ উদাহৰণ দেখুৱাই দিলে হাগ্ৰামা মহিলাৰীয়ে।মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত ...
18/01/2026

জাতীয়তাবাদ কাক বোলে তাৰ উদাহৰণ দেখুৱাই দিলে হাগ্ৰামা মহিলাৰীয়ে।

মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি আন বহুতো জ্যেষ্ঠ নেতা।

সন্মুখত ১০,০০০ বড়ো নাচনী আৰু প্ৰায় ২৫,০০০ দৰ্শক। বাহিৰত আৰু ১০,০০০ মানুহ।

মঞ্চত ভাষণ দিবলৈ আগবাঢ়িল হাগ্ৰামা মহিলাৰী।

সাধাৰণ ভাবে ভাষণ দিয়াৰ পিছতেই, মিহিকৈ প্ৰধানমন্ত্ৰীলৈ চাই কয়, "ছাৰ, ২০০৩'ত বড়োলেণ্ডৰ চুক্তি, ২০২০'ত বড়োলেণ্ডৰ শান্তিৰ চুক্তি কৰা হ'ল। কিন্তু চুক্তিৰ কিছু কাম এতিয়াও হোৱা নাই। আশা কৰিছো, আপুনি কৰি দিব।"

এয়াই হৈছে জাতীয়তাবাদী নেতা। নিজৰ জাতিৰ বাবে মাত মাতে। কেৱল গৰিহণাত আৱদ্ধ নহয়।

আজি আকৌ এবাৰ হাগ্ৰামা মহিলাৰীয়ে বুজালে তেওঁ কিয় 'বাঘ' হয়।

08/01/2026

শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি অভয়াৰণ্যৰ ঠেলামাৰা ৰাজহ চক্ৰ ছআৰু তেজপুৰ ৰাজহচক্ৰৰ ৮৩০ হেক্টৰ চৰকাৰী জৰীপ বিহীন সংৰক্ষিত বনানিকৰণ বনাঞ্চলৰ ভূমিত চলিব প্রশাসনছৰ উচ্ছেদ অভিযান।

03/01/2026

যোৰহাটৰ বাঘমৰা বনভোজস্থলীত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ মৃত্যু

25/12/2025

Bus গৈ খালত সোমালে।

23/12/2025

অতি অহংকাৰৰ শেষ পৰিণতি।
কাৰ্বি আংলংৰ বিজেপি নেতা তুলিৰাম ৰংহাঙৰ বাসগৃহত উত্তেজিত ৰাইজে ভূমি বিষয়ৰ বিতৰ্কক লৈ কৰা আক্ৰমণ।

Address

Sivasagar
Demow
785662

Telephone

+918472976202

Website

Alerts

Be the first to know and let us send you an email when Vild PG New posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Vild PG New:

Share