18/11/2025
জুবিন মানে এটা যুগ, জুবিন মানে এটা সত্ত্বা, জুবিন মানে এক আবেগ.....
এই আবেগ কেতিয়াও অসমীয়াৰ মনৰ পৰা ম্লান নহয়... তেওঁৰ এই বিশেষ দিনটোত মোৰ অন্তৰৰ নিভৃত কোণৰ বিশেষ মৰমেৰে সৃষ্ট এই উপহাৰ
Happy Birthday Heartthrob 🎂💐
❤️
❤️ ❤️