Ajoy Hazarika

Ajoy Hazarika ।।নমস্কাৰ সকলোকে🙏🏻 Page খন সকলোৱে আদৰি লৈ আগবঢ়াই নিয়ে যেন।।

মিছা শপত খোৱা,, ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ থু পেলোৱা,, মহিলা সকলে থিয় হৈ চুলি বন্ধা,, সূৰ্য্য উদয়ৰ পিছতো বিছনাত শুই থকা,, দ...
17/09/2026

মিছা শপত খোৱা,, ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ থু পেলোৱা,, মহিলা সকলে থিয় হৈ চুলি বন্ধা,, সূৰ্য্য উদয়ৰ পিছতো বিছনাত শুই থকা,, দুখীয়া আৰু অসহায় লোকক সহায় নকৰা,, আৰু মাক দেউতাকক কষ্ট দিয়া,,এই কাম খিনি যিসকলে কৰি থাকে,তেনে লোকৰ জীৱনৰ পৰা দৰিদ্ৰতা দূৰ কেতিয়াওঁ নহয়।
🙏🏻 শুভ দুপৰীয়া 🙏🏻

🌿শুভ সন্ধিয়া জনালো সকলোকে 🌿                       🌿 Good evening 🌿
16/09/2026

🌿শুভ সন্ধিয়া জনালো সকলোকে 🌿
🌿 Good evening 🌿

শুভ দুপৰীয়া জনালো সকলোকে।                    Good afternoon everyone.
16/09/2026

শুভ দুপৰীয়া জনালো সকলোকে।
Good afternoon everyone.

কৰ্মক ভয় কৰক,, ঈশ্বৰক নহয়।কাৰন ইশ্বৰে ক্ষমা কৰি দিব,, কিন্তু কৰ্মই কাকো ক্ষমা নকৰে।।                    🌿 সুপ্ৰভাত 🌿
16/09/2026

কৰ্মক ভয় কৰক,, ঈশ্বৰক নহয়।কাৰন ইশ্বৰে ক্ষমা কৰি দিব,, কিন্তু কৰ্মই কাকো ক্ষমা নকৰে।।
🌿 সুপ্ৰভাত 🌿

14/09/2026

🌟✨এটা বিৰল দৃশ্য। সকলোৱে এবাৰ চাবলৈ নাপাহৰিব।🌟⭐

🌿শুভ দুপৰীয়া জনালো সকলোকে 🌿   🍀 Good afternoon everyone 🍀
14/09/2026

🌿শুভ দুপৰীয়া জনালো সকলোকে 🌿
🍀 Good afternoon everyone 🍀

🙏🏻এটি সুন্দৰ দিনৰ আশাৰে সকলোকে সুপ্ৰভাত জনালো 🙏🏻                     🙏🏻 Good morning 🙏🏻
14/09/2026

🙏🏻এটি সুন্দৰ দিনৰ আশাৰে সকলোকে সুপ্ৰভাত জনালো 🙏🏻
🙏🏻 Good morning 🙏🏻

🙏🏻এটি সুন্দৰ দিনৰ আশাৰে সকলোকে সুপ্ৰভাত জনালো 🙏🏻                       🙏🏻 Good morning 🙏🏻
13/09/2026

🙏🏻এটি সুন্দৰ দিনৰ আশাৰে সকলোকে সুপ্ৰভাত জনালো 🙏🏻
🙏🏻 Good morning 🙏🏻

যদি আপোনাৰ সন্তান ভাল হোৱাটো বিছাৰে তেতিয়া এই কথা কেইটা এবাৰ মন দিয়ক।১/ ভাল শিক্ষা দিয়ক।২/ ভাল অভ্যাস গঢ়ি তোলক।৩/সন্...
11/09/2026

যদি আপোনাৰ সন্তান ভাল হোৱাটো বিছাৰে তেতিয়া এই কথা কেইটা এবাৰ মন দিয়ক।

১/ ভাল শিক্ষা দিয়ক।
২/ ভাল অভ্যাস গঢ়ি তোলক।
৩/সন্তানৰ নিজৰ প্ৰতিভা বিকাশৰ সুযোগ দিয়ক।
৪/ভাল পৰিৱেশ আৰু মৰম দিয়ক। আৰু এটা কথা মনত ৰাখিব,,সন্তানক কেতিয়াওঁ আনৰ লগত তুলনা দি কথা ন'কব।ভূল কৰিলে বুজাই দিয়ক আৰু সফল হ'লে উৎসাহিত কৰক।🙏🏻
🌿 শুভ ৰাত্ৰি 🌿

এইবিধ কাৰ কাৰ প্ৰিয় বাৰু।
11/09/2026

এইবিধ কাৰ কাৰ প্ৰিয় বাৰু।

Address

Dergaon

Website

Alerts

Be the first to know and let us send you an email when Ajoy Hazarika posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share