BulBul Hsn

BulBul Hsn অসমীয়া মোৰ প্ৰথম পৰিচয়। 🍭⌛
♙☜ জয় আই অসম । 🎯✊
🎀

17/07/2025

পাইকানত অমানৱীয় অত্যাচাৰ। আৰক্ষীৰ গুলীত নিহত এজন লোক, আহত দুজন।





10/07/2025

অসমীয়া ভাষাক, বাংলা ভাষা কৰাৰ ভাবুকি। অসমীয়া ভাষা লোকপিয়লৰ পৰা বহিষ্কাৰ কৰাৰ ভাবুকি।
আইন্নুদিন আলীৰ।

With president of Assam pradesh youth congress.
28/06/2025

With president of Assam pradesh youth congress.

25/06/2025

I got over 10 reactions on one of my posts last week! Thanks everyone for your support! 🎉

20/06/2025

হিন্দু কেপ vs মুছলমান কেপচালক। হোমেন তালুকদাৰ।

18/06/2025

লখিমপুৰত গো মুণ্ড। লখিমপুৰ কাণ্ডৰ লগত জঢ়িত থকা লোকক আটক কৰিছে।

shameless attack on the dignity of women in Assam is utterly disgraceful and intolerable. Chief Minister must issue an u...
30/04/2025

shameless attack on the dignity of women in Assam is utterly disgraceful and intolerable.

Chief Minister must issue an unconditional apology without delay.

25/08/2024

জয় আই অসম। R**e মুক্ত ৰাজ্য বিচাৰোঁ। আমি হিংসা বিৰোধীতা কৰোঁ। হিন্দু মুছলিম মিলাপৃতিৰ এনাজৰী ডাল অন্তত কাললৈ বন্ধনত আবদ্ধ হৈ থাকে যেন। জয় আই অসম।

25/08/2024

.......... এক বিশেষ অনুৰোধঃ........

বৰ্তমান ৰাজ্যখনৰ পৰিবেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি ধৰ্মীয় সংখ্যালঘু ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ সকলো নেতা-কৰ্মীৰ লগতে ধৰ্মীয় সংখ্যালঘু লোকক অনুৰোধ জনাওঁ যে আপোনালোকে অনুগ্ৰহ কৰি ৰাজ্যখনৰ হিত চিন্তা কৰি তথা শান্তি সম্প্ৰীতি ঐক্য সংহতি অটুট ৰাখিবলৈ ফেচবুক, সংবাদ মাধ্যম, সভা-সমিতি তথা আন আন ছচিয়েল নেটৱৰ্কিং চাইটত বক্তব্য ৰাখোতে অত্যন্ত সাৱধানতা অৱলম্বন কৰক। সাম্প্ৰদায়িক, একপক্ষীয় কোনো বক্তব্য বা মন্তৱ্য নকৰিব। সংখ্যালঘু সকলৰ বাবে এই সময় অত্যন্ত ধৈৰ্য্য ধৰাৰ সময়, সংযম ৰক্ষা কৰাৰ সময়, সহিঞ্চু হোৱাৰ সময়। আপোনাৰ এটি ফেচবুক প'ষ্ট বা মেডিয়াৰ এটি বক্তব্যৰ বাবে ধৰ্মীয় সংখ্যালঘু সকলৰ লগতে সামগ্ৰিক ভাৱে সমগ্ৰ ৰাজ্যখনৰ বৃহৎ লোকচান হৈ যাব। কোনোবাই ৰাজনৈতিক মুনাফা লাভ কৰিবলৈ পৰিকল্পনা কৰিছে, আপোনাৰ এটি ভুলৰ বাবে যাতে তেনে ৰাজনৈতিক পৰিকল্পনা সফল নহয় তাৰ বাবে সজাগ হওঁক।। ফেচবুক, সংবাদ মাধ্যম তথা অন্যান্য ছচিয়েল নেটৱৰ্কিং চাইটত মন্তব্য বা বক্তব্য ৰখাৰ পৰা পৰাপক্ষত আঁতৰি থাকক। এয়া সকলোৰে মঙলৰ বাবে আমাৰ অনুৰোধ।।

Address

No 37 National Highway
Dhekiajuli
BORSOLA

Website

Alerts

Be the first to know and let us send you an email when BulBul Hsn posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share