Radhala L.P School

Radhala L.P School মৰমৰ বিদ্যালয়ৰ কিছুমান মধুৰ সময় স্মৃতি হিচাবে সাঁচি ৰাখিবলৈ চেষ্টা মাথোন।🙏🙏🙏

24/08/2025

Shout out to my newest followers! Excited to have you onboard! Tiluktoma Saikia, Seema Sonowal, Jaya Das, Nangpha Amrita Boruah

20/08/2025

Shout out to my newest followers! Excited to have you onboard! Seema Sonowal, Jaya Das, Nangpha Amrita Boruah

ছাত্ৰ ছাত্ৰী সহকৰ্মী,বিদ্যালয়ৰ ৰান্ধনী বাইদেউ হতৰ মৰমবোৰ।🎉🎉🎉❤️❤️
10/08/2025

ছাত্ৰ ছাত্ৰী সহকৰ্মী,বিদ্যালয়ৰ ৰান্ধনী বাইদেউ হতৰ মৰমবোৰ।🎉🎉🎉❤️❤️

আৱেগেৰে ভৰা মূহুৰ্ত বোৰ ।যোৱাকালি বিদায় দিয়া হল মৰমৰ সহকৰ্মী গৰাকীক।খুব কম দিনৰ ভিৰতেই খুব আপোন হৈ পৰিছিল ।নিজৰ ভনীত ক...
10/08/2025

আৱেগেৰে ভৰা মূহুৰ্ত বোৰ ।যোৱাকালি বিদায় দিয়া হল মৰমৰ সহকৰ্মী গৰাকীক।খুব কম দিনৰ ভিৰতেই খুব আপোন হৈ পৰিছিল ।নিজৰ ভনীত কৈ কোনো গুণে কম নাছিল তাই।তুমি সদায় সুখী হোৱা।সদায় ভালে থাকা তাকেই কামনা কৰিলোঁ।আমাৰ মৰম বোৰ সদায় সজীৱ হৈ থাকক।❤️❤️❤️

যোৱাকালি মৰমৰ সহকৰ্মী পাপৰিক বিদায় দিয়াৰ মূহুৰ্ত
10/08/2025

যোৱাকালি মৰমৰ সহকৰ্মী পাপৰিক বিদায় দিয়াৰ মূহুৰ্ত

10/08/2025

I'm on the weekly engagement list for Tirtha Mohan Deka.

03/08/2025

পুৰণিক বিদায় দি নতুনক আদৰি লোৱাটোয়ে হৈছে নিয়ম।যদিও বিদায় শব্দ টোৱে মনত কষ্ট দিয়ে তথাপি আমি মানি লবলৈ বাধ্য।

03/08/2025

শুপ্ৰভাত সকলোলৈকে।সকলোৰে দিনটো শুভ হওঁক তাৰেই কামনা কৰিলো।🌸🌸🌸🏵️🏵️🏵️

31/07/2025

Shout out to my newest followers! Excited to have you onboard! Faruk Rahman, Das Mahendra, Pallav Borah, Karabi Gogoi, Sri Ashim Das, Chandrama Konwar, Gayetri Saikia, Ritumani Sarma, Mitu Deka, প্ৰিয়াক্ষী হাজৰিকা, Mili Kai, Bulumani Das Kalita, Nabanita Das, পল্লৱী শইকীয়া, Nilmoni Deb, Ashok Rajasthani, Chandra Kalita, Juli Gogoi Bora, Dhunu Maina Borah

26/07/2025

Good Afternoon Everyone.. Follow korok loga log back pabo..

পঞ্চম শ্ৰেণীৰ বিদায় মূহুৰ্ত।আজি আঠটা বছৰে বিদ্যালয়ৰ পঞ্চম ছাত্ৰ ছাত্ৰী সকলক বিদায় দি আহিছোঁ কিন্তু বছৰ বাগৰি গলেও লৰা...
24/07/2025

পঞ্চম শ্ৰেণীৰ বিদায় মূহুৰ্ত।আজি আঠটা বছৰে বিদ্যালয়ৰ পঞ্চম ছাত্ৰ ছাত্ৰী সকলক বিদায় দি আহিছোঁ কিন্তু বছৰ বাগৰি গলেও লৰা ছোৱালী সকলক পাহৰিব পৰা নাই আৰু কেতিয়াও নোৱাৰে।সকলো ছাত্ৰ ছাত্ৰী সকলো ক্ষেত্ৰত সমান নহব পাৰে কিন্তু সকলো আমাৰ বাবে বিশেষ।❤️❤️❤️

Address

Sissiborgaon
Dhemaji
787059

Alerts

Be the first to know and let us send you an email when Radhala L.P School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share