Monalichadutta nath

Monalichadutta nath Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Monalichadutta nath, Dhemaji.

❤️ Zubeen Garg ৰ যুগৰ মানুহ মই ❤️
i love you Zubeen da🙏
মোৰ সৰু ঘৰ খনলৈ অহা মোৰ মৰমৰ বন্ধু বান্ধৱী সকলোকে অতি মৰমে আদৰিছোঁ 💐🙏🙏
তোমালোক লগত লৈ এই মোৰ নতুন যাত্ৰা।
আশা থাকিল তোমালোকে মোক আগুৱাই যোৱাত সহায় কৰিব বুলি।।❤️

আজিৰ দিনটোৰ ৰাশিফল✅✅✅✅১২ কাতি, বৃহস্পতিবাৰ৩০ অক্টোবৰ ২০২৫সুপ্রভাত জনালোঁ।      #আজিৰৰাশিফল
30/10/2025

আজিৰ দিনটোৰ ৰাশিফল✅✅✅✅
১২ কাতি, বৃহস্পতিবাৰ
৩০ অক্টোবৰ ২০২৫
সুপ্রভাত জনালোঁ।

#আজিৰৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল ১১ কাতি, বুধবাৰ ২৯ অক্টোবৰ ২০২৫ সুপ্রভাত জনালোঁ।✅✅✅✅     #আজিৰৰাশিফল
29/10/2025

আজিৰ দিনটোৰ ৰাশিফল ১১ কাতি, বুধবাৰ ২৯ অক্টোবৰ ২০২৫ সুপ্রভাত জনালোঁ।✅✅✅✅




#আজিৰৰাশিফল





Happy birthday 🎂 hun 😘 God bless you 😘,2011 চনৰ 29অক্টোবৰ কথা✅✅✅    হয় টো এনেকৈ মনৰ চাব কথা হোৱা সম্ভৱ নহয় তথাপি কৈছোঁ...
28/10/2025

Happy birthday 🎂 hun 😘 God bless you 😘,
2011 চনৰ 29অক্টোবৰ কথা✅✅✅
হয় টো এনেকৈ মনৰ চাব কথা হোৱা সম্ভৱ নহয় তথাপি কৈছোঁ চমু কৈছোঁ 🫰🤗🤗🤗
11বছৰৰ সৰু সি। বহুত অপেক্ষাত আৰু বহুত মানুহৰ কথাৰ হাঁহি পাত্ৰ আছিল মোৰ মা দেউতা।
এটা লৰা নোহোৱা বাবেই। বহুত দুঃখ পাইচিলোঁ আমি।ভগৱান বহুত প্ৰাৰ্থনা কৰিছিলোঁ।আমাক এটি ভাইটি দিবা। সকলোৰে ভাইটি আছে এটা হোৱা হলে।?
সেই তেতিয়া কথা👉👉
2011 চনৰ 29অক্টোবৰ কথা, সেই দিনা আছিল শনিবাৰ।মা দেউতা লগতে আমাৰ তিনি জনী ছোৱালী কাৰণে এটি বহুত বেছি ভাল লগা দিন। এটি নতুন পৰিচয় আমাৰ। সন্ধিয়া হৈ আহিছে গৰু ,ছাগলী বান্ধি আমি অপেক্ষাৰে বাটলৈ চাই চোতাল বঢ়ি আছোঁ ।তেতিয়া এটা ফোন call 🤙 পাপা
মইনা আমাৰ এটা ভাইটি হল অই ♥️
উফ কি যে মনটো ভাল লাগিছিল কব লৈ ভাষা নাই।
বহুত বহুত প্ৰণাম ভগৱান তোমাক।🙏🙏
ভগৱান বাসুদেৱ থানৰ কৃপাত এটি ভাইটি পালোঁ।
কোটি কোটি প্ৰণাম ভগৱান।
তাক ভালে ৰাখিবা।
জন্ম দিনৰ বহুত মৰম আৰু আশীৰ্বাদ থাকিল।আগুৱাই যোৱা।ভগৱানে ভালে ৰাখক।হুন
♥️I love you♥️ 😘
তই আমাৰ বহুত মৰম hun


Good morning 🌅 ✅✅
28/10/2025

Good morning 🌅 ✅✅

আজিৰ দিনটোৰ ৰাশিফল ১০ কাতি, মঙ্গলবাৰ, ২৮ অক্টোবৰ ২০২৫ সুপ্রভাত জনালোঁ।✅✅✅✅✅✅✅         #আজিৰৰাশিফল       #আজিৰৰাশিফল
28/10/2025

আজিৰ দিনটোৰ ৰাশিফল ১০ কাতি, মঙ্গলবাৰ, ২৮ অক্টোবৰ ২০২৫ সুপ্রভাত জনালোঁ।✅✅✅✅✅✅✅




#আজিৰৰাশিফল

#আজিৰৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল ৯ কাতি, সোমবাৰ, ২৭, অক্টোবৰ, ২০২৫ সুপ্রভাত জনালোঁ।✅✅✅✅✅✅       #আজিৰৰাশিফল
27/10/2025

আজিৰ দিনটোৰ ৰাশিফল ৯ কাতি, সোমবাৰ, ২৭, অক্টোবৰ, ২০২৫ সুপ্রভাত জনালোঁ।✅✅✅✅✅✅

#আজিৰৰাশিফল

'ৰৈ ৰৈ বিনালে...' ছবিখন চাবলৈ সকলোকে আহ্বান মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
26/10/2025

'ৰৈ ৰৈ বিনালে...' ছবিখন চাবলৈ সকলোকে আহ্বান মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ




Address

Dhemaji

Alerts

Be the first to know and let us send you an email when Monalichadutta nath posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share