Rengam Lutad ৰাইজৰ বাতৰি24×7

Rengam Lutad ৰাইজৰ বাতৰি24×7 সদায় ৰাইজৰ কাষত।

22/04/2025

ঘিলামৰা

03/02/2025

গোগামুখ হনুমান মন্দিৰত

20/12/2024

অসম চৰকাৰৰ কেবিনেটত লোৱা গো মাং নিষিদ্ধকৰণৰ সিদ্ধান্তই অসমৰ গো ব্যৱসায়ী তথা কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷ ধেমাজি জিলাৰ গোগামুখ শুকুৰবৰীয়া সাপ্তাহিক বজৰতো ইয়াৰ কু-প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ উল্লেখনীয় যে, আজি শুকুৰবাৰে গোগামুখ সাপ্তাহিক বজাৰ আছিল ৷ পূৰ্বৰ দৰে গাঁৱৰ গো- ব্যৱসায়ী তথা কৃষকসকলে গোধনসমূহ বিক্ৰীৰ বাবে পুৱাই গোগামুখ সাপ্তাহিক বজাৰলৈ লৈ আনিছিল ৷ কিন্তু গোধনৰ ক্ৰেতা নথকাত হাজাৰ হাজাৰ গো- ধন হতাশাৰে অহা বাটে উভতাই নিব লগাত পৰে কৃষিজীৱি ৰাইজ তথা গো-ব্যৱসায়ীসকলে ৷ ইয়াকে গোগামুখ শুকুৰবৰীয়া সাপ্তাহিক বজাৰত কৃষিজীৱি ৰাইজ তথা গো-ব্যৱসায়ীসকলে অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ লগতে চৰকাৰী বিৰোধী বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে

19/12/2024

আহি আছে বিগ বাজেটৰ মিচিং বোলছবি গু:মৃন

19/12/2024

আজিৰ এই সোৱণশিৰি

নতুন প্ৰচেষ্টা
19/12/2024

নতুন প্ৰচেষ্টা

Address

North East
Dhemaji
787034

Telephone

+918472979235

Website

Alerts

Be the first to know and let us send you an email when Rengam Lutad ৰাইজৰ বাতৰি24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rengam Lutad ৰাইজৰ বাতৰি24×7:

Share