Mousum Gogoi

Mousum Gogoi প্ৰকৃতি প্ৰেমী

২০২৩ চনত অসম চৰকাৰ দ্বাৰা আয়োজিত "আৰোহন আচঁনি" ৰ জৰিয়তে মহানগৰী গুৱাহাটীৰ বিভিন্ন প্ৰতিষ্ঠানৰ বহু অনুষ্ঠানত অন্তৰ্ভূক্ত ...
30/06/2026

২০২৩ চনত অসম চৰকাৰ দ্বাৰা আয়োজিত "আৰোহন আচঁনি" ৰ জৰিয়তে মহানগৰী গুৱাহাটীৰ বিভিন্ন প্ৰতিষ্ঠানৰ বহু অনুষ্ঠানত অন্তৰ্ভূক্ত হোৱাৰ লগতে বহু নতুন নতুন জ্ঞানৰ লগত চিনাকি হবলৈ সুযোগ পাইছিলোঁ। লগতে মুখ্যভাৱে গুৱাহাটী আই আই টি, তাৰকা গৃহ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, চিৰিয়াখানা, আদিবোৰ চাবলৈ পায় নিজকে যেন সুভাগ্যৱান অনুভৱ হৈছিল। অসমৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগু চাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চাৰৰ সৈতে অন্তৰঙ্গ বাৰ্তালাপ অনুষ্ঠানৰ অংশীদাৰ হ'বলৈ পায় সচঁাই খুৱ ভাল লাগিছিল। সেই স্মৃতি জীৱনৰ আটাইতকৈ সুন্দৰ স্মৃতিৰ শীৰ্ষত।

Address

Dhemaji
787057

Website

Alerts

Be the first to know and let us send you an email when Mousum Gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share