Mr. Ranjit Taye

Mr. Ranjit Taye rrrr

12/08/2026
১৭ সংখ্যক TMPK কেন্দ্ৰীয় সাধাৰণ অধিবেশনত সম্পাদক হিচাপে নতুনকৈ দায়িত্ব লাভ কৰা মিগাং অজয় মিলি, পুনৰ বাৰ কেন্দ্ৰীয় কা...
13/07/2026

১৭ সংখ্যক TMPK কেন্দ্ৰীয় সাধাৰণ অধিবেশনত সম্পাদক হিচাপে নতুনকৈ দায়িত্ব লাভ কৰা মিগাং অজয় মিলি, পুনৰ বাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য হিচাবে দায়িত্ব লাভ কৰা মিগাং হেমচন্দ্ৰ দলে কাই আৰু মিগাং লিখন কুম্বাঙলৈ অলেখ শুভ কামনা ও বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ !!
অনাগত দিনত মিছিং জাতিৰ সৰ্বাংগীন উন্নয়নৰ সংগ্ৰামত বলিষ্ঠ ভূমিকা পালন কৰিব পৰাকৈ প্ৰভু ভগৱন্তই সু-স্বাস্থ্য, শক্তি আৰু দীর্ঘায়ু প্ৰদান কৰক।🙏

TMPK Írroi !! ✊ ✊ ✊
Mising Réngam Írroi !! ✊✊✊

Likhan Kumbang TMPK, Silapathar District Committee
Takam Mising Porin Kébang - TMPK All Mising Students' Union

TMPK ৰ সপ্তদশ ত্ৰি-বাৰ্ষিক সাধাৰণ অধিবেশনত নতুনকৈ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া বা সদস্য সদস্যা হিচাপে মনোনীত সংগ্ৰামী স...
13/07/2026

TMPK ৰ সপ্তদশ ত্ৰি-বাৰ্ষিক সাধাৰণ অধিবেশনত নতুনকৈ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া বা সদস্য সদস্যা হিচাপে মনোনীত সংগ্ৰামী সতীৰ্থ ক্ৰমে.... মিগাং শচীন কুটুম, মিগাং মোহন পাংগিং, মিগাং গুনবিৰাম কুলি আৰু মিগাং মৃদুল মিন্টু দলেৰ লগতে সকলো লৈ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
অনাগত দিনত মিছিং জাতিৰ কল্যাণৰ স্বাৰ্থত শিক্ষা আৰ্থ-সমাজিক আৰু সাংস্কৃতিক দিশত আগৰণুৱা হৈ কাম কৰি যাব বুলি আশা ৰাখিলোঁ।

Mridul Mintu Doley Gunabiram Kuli Sachin Kutum Muhan Panging
TMPK, Silapathar District Committee
Takam Mising Porin Kébang - TMPK All Mising Students' Union

TMPK কেন্দ্ৰীয় সমিতিৰ সপ্তদশ ত্ৰি-বাৰ্ষিক সাধাৰণ অধিবেশনৰ নৱগঠিত সমিতিৰ সন্মানীয় সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে পুনৰ...
13/07/2026

TMPK কেন্দ্ৰীয় সমিতিৰ সপ্তদশ ত্ৰি-বাৰ্ষিক সাধাৰণ অধিবেশনৰ নৱগঠিত সমিতিৰ সন্মানীয় সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে পুনৰ দায়িত্ব লাভ কৰা নতুন প্ৰজন্মৰ আদৰ্শ মিগাং তিলক দলে আৰু মিগাং চান (দঃঞি) পাংগিং লৈ বহুত বহুত অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ !!
আপোনালোকৰ সবল দূৰদৰ্শী আৰু সু-নেতৃত্বত মিছিং জাতিৰ সামাজিক, অৰ্থনৈতিক, শিক্ষা আৰু সাংস্কৃতিক অগ্ৰগতি আৰু অধিক তৰান্বিত হোৱাৰ লগতে জাতিৰ প্ৰাপ্য অধিকাৰ, আশা-আকাংক্ষা সমূহ পূৰ্ণ হোৱাৰ কামনা কৰিলোঁ।
ভবিষ্যত দিনবোৰত জাতিৰ স্বাৰ্থ আৰু কল্যাণৰ বাবে কাম কৰি যাব পৰাকৈ প্ৰভু ভগৱন্তই সু-স্বাস্থ্য আৰু শক্তি প্ৰদান কৰক !!

Tilak Doley Shaan Do Nyi Panggíng TMPK, Silapathar District Committee Takam Mising Porin Kébang - TMPK All Mising Students' Union

TMPK কেন্দ্ৰীয় সমিতিৰ ১৭ সংখ্যক ত্ৰিবাৰ্ষীক সাধাৰণ অধিবেশনলৈ যাত্ৰা আৰম্ভ কৰাৰ মূহুৰ্তত।TMPK, Silapathar District Commi...
09/07/2026

TMPK কেন্দ্ৰীয় সমিতিৰ ১৭ সংখ্যক ত্ৰিবাৰ্ষীক সাধাৰণ অধিবেশনলৈ যাত্ৰা আৰম্ভ কৰাৰ মূহুৰ্তত।

TMPK, Silapathar District Committee Takam Mising Porin Kébang - TMPK All Mising Students' Union

Address

Kulajan
Dhemaji
787110

Website

Alerts

Be the first to know and let us send you an email when Mr. Ranjit Taye posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share