ND 365

ND 365 news & Media Company

08/07/2025

🛑 সাৱধান হওঁক ধিং হস্পিতালৰ একাংশ ব্যৱসায়িক ৰূপি চিকিৎসক !
🛑 এইবিলাক নকৰিবলৈ আজি মই অনুৰোধ কৰিছোঁ কিন্তু কাইলৈ বেলেগ পদক্ষেপ ল'ব লগা হ'ব পাৰে- জিলা আয়ুক্ত ।

08/07/2025

🛑 কাক কিয় দ/স্যু ৰত্নাকৰৰ লগত তুলনা কৰিলে নগাঁও জিলা আয়ুক্তই ?
🛑 ধিং এফ আৰ ইউৰ দৃশ্য এয়া ।

08/07/2025

🛑 ব্যৰ্থ হ'ব নেকি নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ?
🛑 ধিং FRU ৰ চিকিৎসকৰ বিৰুদ্ধে অভিযোগ সন্দৰ্ভত কিয় এনেদৰে ক'লে নগাঁও জিলা আয়ুক্তই ?

08/07/2025

🛑 ধিং FRU ৰ চিকিৎসক ডাঃ মুকুট বৰাক অন কেমেৰা কঠোৰ সকি/য়নী জিলা আয়ুক্তৰ ।

08/07/2025

🛑 ধিং FRU ৰ স্বাস্থ্য কৰ্মীক অন কেমেৰা ধ/ম/ক জিলা আয়ুক্তৰ ।
🛑 একাংশ স্বাস্থ্য কৰ্মীক কঠোৰ সকিয়নী নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ ।

07/07/2025

🚨 দেউতাই টকা লৈ NRC ত নাম সোমোৱালে ! NRC ত ভয়ং//কৰ জালি|য়াতী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ ।
🚨 নিজ পুত্ৰই কেমেৰাত ক'লে পিতৃৰ ভয়ং//কৰ জালি|য়াতীৰ কাহিনী ।
🚨 ধিঙৰ বৰবেটি গাঁৱৰ অৱসৰপ্ৰাপ্ত চৰকাৰী প্ৰধান শিক্ষক আব্দুল হেকিম চৌধুৰীৰ বিৰুদ্ধে এনে অভিযোগ আনিলে নিজ পুত্ৰ বদৰুজ জামান চৌধুৰীয়ে ।

07/07/2025

🛑 যমুনা নৈৰ কাঠৰ দলং উঠি গল বানত ।

07/07/2025

06/07/2025

🛑 হাঁহৰ গৰালত প্ৰকাণ্ড এটা সাপ ।
🛑 হাঁহৰ গৰালত হাঁহ ধৰি থকা অৱস্থাত উদ্ধাৰ সাপটো।

05/07/2025

🚨 ধিং জগন্নাথ মন্দিৰলৈ উভতনি ৰথ যাত্ৰাৰ দৃশ্য ।

05/07/2025

🛑 যদি লগাই ময়ো লগাব লাগিব, মোৰ পিছফালে চুলি নাই- মুখ্যমন্ত্ৰী ।

05/07/2025

🚨 এগৰাকী পত্নীক স্বামীয়ে কেনেদৰে শেষ কৰিলে চাওঁক!
🚨 মৃ-ত্যু/ৰ পূৰ্বে অডিঅ' প্ৰস্তুত কৰি পৰিয়লক প্ৰেৰণ কৰিছিল অঞ্জলিয়ে ।
🚨 এইখন অসমৰে ৰঙিয়াত সংঘটিত হৈছে এই ঘটনা।

Address

Dhing
Dhing
782123

Telephone

+917002040821

Website

Alerts

Be the first to know and let us send you an email when ND 365 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ND 365:

Share