News Axom

News Axom Digital Creator
(1)

09/07/2025

"১৬ জুলাই অসম আগমন মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰ! (Mallikarjun Kharge & Rahul Gandhi to Visit Assam on July 16 – Big Congress Rally Ahead!)





09/07/2025

মুখ্যমন্ত্ৰীৰ “এটি কলি দুটি পাত” আঁচনিৰ শুভ আৰম্ভণি ।

09/07/2025

"মজুৰি বৃদ্ধি আৰু পট্টা দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ 🌿 |মথুৰাপুৰ চাহ বাগিচাত চাহ শ্ৰমিকৰ বিভিন্ন প্ৰাপ্যৰ দাবীত প্ৰতিবাদ ৷
#চাহবাগিচা

09/07/2025

BREAKING NEWS "চৰাইদেউ আৰক্ষীৰ বৃহৎ সফলতা! পুনৰ ULFA (স্বাধীন) লিংকমেন আটক 🚨 |

09/07/2025

"চলাপথাৰ বৌদ্ধ বিহাৰত আহাৰী পূৰ্ণিমা উদযাপন 🙏 |"বৌদ্ধ ধৰ্মৰ ত্ৰিমাসিক বৰ্ষাব্ৰত আৰম্ভ 🌸 |

09/07/2025

"দেশজুৰি সাধাৰণ ধৰ্মঘটৰ সংহতিত মথুৰাপুৰত অংগনৱাড়ী কৰ্মীৰ প্ৰতিবাদ 🚩 |
#অসমখবৰ

09/07/2025

চৰাইদেউত গাড়ী চালক সন্থাৰ ২৪ ঘণ্টীয়া চকা বন্ধ – ৰাজপথ অচল, জনজীৱন স্থবিৰ!

#চকা_বন্ধ #চৰাইদেউ #গাড়ীচালকসন্থা

08/07/2025

১১ জুলাই ধিংত ৭ গাঁও পঞ্চায়তৰ শপত গ্ৰহণ আৰু সভাপতি নিৰ্বাচন 🔥 |

08/07/2025

চফ্ৰাইত কাৰাটেৰ ৰঙীন বেল্ট গ্ৰেডিং পৰীক্ষা 🎖 | Over 100 Participants | Karate Belt Exam Assam 2025 🥋

08/07/2025

গ্ৰাম্যাঞ্চলৰ সুপ্ত প্ৰতিভাক উলিয়াই অনাৰ মহান প্ৰয়াসত নামি পৰিছে ধিঙৰ কেইবাটাও দল-সংগঠন।যুৱ প্ৰজন্মক এক নতুন দিশ দিবলৈ আগবাঢ়ি আহিছে ধিং ফ্ৰেণ্ডচ ক্লাৱ।

08/07/2025

৯ জুলাইত ২৪ ঘণ্টীয়া চকা বন্ধ, ট্ৰেড ইউনিয়নৰ ধৰ্মঘট ঘোষণা, পুৱা ৫ বজাৰ পৰা বন্ধ থাকিব সকলো বাহনৰ চলাচল ।
#চকা_বন্ধ
#ধৰ্মঘট


07/07/2025

🎓 NEET উত্তীৰ্ণ ৰেজুৱান মাহমুদলৈ বিদ্যালয়ৰ গৌৰৱ | কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা, ৰামপুৰ নৱোদয় বিদ্যালয় । NEET Success of Rezuwan Mahmud | Inspirational Felicitation Ceremony ।

Address

Dhing

Website

Alerts

Be the first to know and let us send you an email when News Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share