17/07/2025
চুৰি | Theft at Medical Store – MMU 95, Bilasipara model hospital 🔴
📅 তাৰিখ / Date: 16/07/2025
📍 বিলাসীপাৰা মডেল হাস্পতাল / Bilasipara Model Hospital
১৬ জুলাই ৰাতি MMU-95 ৰ মেডিকেল ষ্ট'ৰ পৰা ঔষধ, নথিপত্ৰ আৰু পুৰণি বেটাৰী চুৰি হোৱা দেখা গৈছে।
⏺ পুলিচে তদন্ত আৰম্ভ কৰিছে। সংলগ্ন ভিডিঅ’টো পুলিচৰ তদন্তৰ সময়ত লোৱা।
যদি কোনোবাই সন্দেহজনক কাৰ্যকলাপ দেখা পাইছে বা কোনো তথ্য থাকে, পুলিচ বা হাস্পতাল কৰ্তৃপক্ষক অৱগত কৰক।
On the night of 16th July, medical supplies and documents were stolen from the MMU-95 medical store at Bilasipara Model Hospital.
👮 Police investigation is ongoing.
📹 Attached video shows the investigation process.
If you have seen anything suspicious or have any information, please contact the police or hospital authority.
#চুৰি