rk_joychan_786

rk_joychan_786 আসসালামু আলাইকুম বন্ধুৰা,
আপনাদেৰ সবাগতম আমাৰ প্ৰোফাইলে💐 #দুটি_শব্দৰ_মাজতে_আমাৰ_জীৱন_প্ৰতিষ্ঠিত_______ভুল_আৰু সত্য �.....!

02/06/2025

2025

18/05/2025






৭ নং ফকিৰগঞ্জ আইৰকাটা জিলা পৰিষদত সদস্যা (MDC) পদত কাক বিচাৰে? ゚
02/05/2025

৭ নং ফকিৰগঞ্জ আইৰকাটা জিলা পৰিষদত সদস্যা (MDC) পদত কাক বিচাৰে?

01/05/2025

জলেশ্বৰ ফেৰীঘাটৰ আগৰ দৃশ্য..?

যিজন নেতাই MP Electionৰ‌ সময়ত কংগ্ৰেছ দলৰ হৈ ভোট বিচাৰিছিল। সেইজন নেতাই আকৌ আহিব ৰূপ সলাই।। সময়ে সময়ে নিজৰ ৰং ৰূপ সলা...
30/04/2025

যিজন নেতাই MP Electionৰ‌ সময়ত কংগ্ৰেছ দলৰ হৈ ভোট বিচাৰিছিল। সেইজন নেতাই আকৌ আহিব ৰূপ সলাই।।
সময়ে সময়ে নিজৰ ৰং ৰূপ সলায়। মুছলমান প্ৰীতি দেখুৱায় কিন্তু নামত হে কামত শুন্য। তিনিজন সহজ সৰল লৰাক শিৱসাগৰত মাৰি পিঠি ফালি দিছিলে। তেতিয়া নিৰৱ ভুমিকা পালন কৰিছিল নেতা গৰাকীয়ে।।
কিন্তু, আমাৰ জলেশ্বৰ সমষ্টিৰ সহজ সৰল সন্মানীয় ভোটাৰ ৰাইজ,,, এতিয়া সকলো বুজি পাইছে।

আজি দিনটোতেই ধুবুৰী পৰা মেদৰটাৰী অভিমুখে ২.৩০ বজাত কাছাৰী ঘাটৰ পৰা লঞ্চ এৰিছিল প্ৰচণ্ড ধুমুহা বৰষুণত সন্ধিয়াৰ ভাগত আজিৰ ...
30/04/2025

আজি দিনটোতেই ধুবুৰী পৰা মেদৰটাৰী অভিমুখে ২.৩০ বজাত কাছাৰী ঘাটৰ পৰা লঞ্চ এৰিছিল প্ৰচণ্ড ধুমুহা বৰষুণত সন্ধিয়াৰ ভাগত আজিৰ অভিশপ্ত ৩০ এপ্ৰিল২০১২ চনৰ আজিৰ দিনটোতে সংঘটিত হৈছিল মেদৰটাৰীৰ সেই ভয়াবহ নাওঁ দুৰ্ঘটনা । যি কথা মনলৈ আহিলে এতিয়াও বুকু কপি উঠে।
এই দুৰ্ঘটনাত মৃত্যু বৰণ কৰা সকলো লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

16/11/2022

🏤School Program_ Adarosh Jatiyo Vidyalaya[DHUMERGHAT]টিডিং টিডিং পম পম || Tiding Tiding Pom Pom || School Program~| AMS Music Company~◀YouTube channel~Please subscribe me #⃣

12/11/2022

বাইচ কাচি কটা এল পি স্কুলৰ প্ৰধান শিক্ষক নুৰ ইছলাম ৰাতিপুৱা গলত চীপ লৈ মৃত্যু বৰণ কৰে ।

09/11/2022

অলপ আগতে বাইক accident ছাইনবোৰ্ড লক্ষীপুৰ, পৰিয়াল সহ চাৰিজন আহত।।

04/11/2022

College dance💃😱~

31/10/2022

Pleases Subscribe~ASM Music Company ◀YouTube channel💥Moner Pakhi song 💘💘💘😥

24/10/2022

লক্ষীপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত।।
ABP News পৰা সংগ্ৰহ।

Address

Dhubri
783330

Website

Alerts

Be the first to know and let us send you an email when rk_joychan_786 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share