The News Axom

The News Axom Welcome to my news family.

অৱশেষত প্ৰদ্যুৎ বৰদলৈৰ কংগ্ৰেছৰ পৰা পদত্যাগ।
17/03/2026

অৱশেষত প্ৰদ্যুৎ বৰদলৈৰ কংগ্ৰেছৰ পৰা পদত্যাগ।

কৃষকৰ মুখত হাঁহি বিৰিঙিব। দেশজুৰি ৯.৩২ কোটি কৃষকৰ একাউণ্টলৈ প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ নতুন কিস্তি মুকলি কৰিব প্ৰধানমন্ত্...
13/03/2026

কৃষকৰ মুখত হাঁহি বিৰিঙিব। দেশজুৰি ৯.৩২ কোটি কৃষকৰ একাউণ্টলৈ প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ নতুন কিস্তি মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গুৱাহাটীৰ পৰা বিতাৰণ কৰিব এই ধন।

05/03/2026

ইৰাণ সেনাৰ কমাণ্ডাৰ ইন চীফৰ মৃত্যু
01/03/2026

ইৰাণ সেনাৰ কমাণ্ডাৰ ইন চীফৰ মৃত্যু

আজি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৫৭ সংখ্যক ওপজা দিন । জন্মদিনৰ দিনটোত চৰকাৰী বাসভৱনত শুভেচ্ছা দিবলৈ ভিৰ জনতা...
31/01/2026

আজি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৫৭ সংখ্যক ওপজা দিন । জন্মদিনৰ দিনটোত চৰকাৰী বাসভৱনত শুভেচ্ছা দিবলৈ ভিৰ জনতাৰ ।

31/01/2026

SR ৰ notice দিলে কি কি কৰিব লাগে ? মন্তব্য ধুবুৰীৰ MP ৰকিবুল হুছেইনৰ।

▶️ মাজনিশা ডিব্ৰুগড়ত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
30/01/2026

▶️ মাজনিশা ডিব্ৰুগড়ত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

29/01/2026

আজি AIUDF দ'লৰ নেতৃত্বত বিলাসীপাৰা আৰু বিৰসিং জৰুৱা জিলা সমিতিৰ উদ্যোগত ভোটাৰ তালিকাৰ বিশেষ সংশোধন (SR)ৰ প্ৰক্ৰিয়া ব্যাপক অনিয়ম আৰু ভুৱা অভিযোগৰ বিৰুদ্ধে বিলাসীপাৰা সমজিলা কাৰ্যালয়ত ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে।

29/01/2026

SR ক লৈ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিলে হাগ্ৰামা মহিলাৰীয়ে ৷

আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰৰ বিশেষ: ফেচবুক পোষ্ট।
29/01/2026

আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰৰ বিশেষ: ফেচবুক পোষ্ট।

এইবাৰ বি জে পিৰ চৰকাৰ হলে দাইল, চেনি,নিমখ  , মিঠাতেল বিনামূলীয়া হব। এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমান্ত বিশ্ব শৰ্মাৰ ।
29/01/2026

এইবাৰ বি জে পিৰ চৰকাৰ হলে দাইল, চেনি,নিমখ , মিঠাতেল বিনামূলীয়া হব। এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমান্ত বিশ্ব শৰ্মাৰ ।

আগন্তুক বিধান সভা নিৰ্বাচনত তলত উল্লেখ কৰা প্ৰাৰ্থী সকলোৰ পৰা কাক নিৰ্বাচিত কৰিব বুলি ভাবিছে? #9নংবীৰসিংজৰুৱা
29/01/2026

আগন্তুক বিধান সভা নিৰ্বাচনত তলত উল্লেখ কৰা প্ৰাৰ্থী সকলোৰ পৰা কাক নিৰ্বাচিত কৰিব বুলি ভাবিছে?
#9নংবীৰসিংজৰুৱা

Address

Dhubri

Website

Alerts

Be the first to know and let us send you an email when The News Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share