News 24 Axom

News 24 Axom ৰাইজৰ স্বাৰ্থত সকলোৰে আগত

20/10/2023
16/10/2023
23/09/2023

দূৰ্গা পূজাৰ প্ৰাকক্ষণত ধুবুৰী পাচমোৰত
Opening Shorty.

23/02/2023

কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ লগত কোনো ধৰণৰ মিত্ৰতা নাই। আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে অকলেই নিৰ্বাচন খেলিব আৰু ৪ নং লোকসভা সমষ্টি এইবাৰ কংগ্ৰেছ দলৰ দখলত থাকিব।

16/02/2023

#হাথ_ছে_হাথ_জোড়ো অভিযান ৷
২৪ নং গৌৰীপুৰ বিধান সভা সমষ্টিত ধুবুৰী জিলা কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মোস্তাফিজুৰ ৰহমানৰ সৈতে কংগ্ৰেছ কৰ্মী সকলৰ প্ৰচাৰ অভিযান।

28/06/2022

গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ পৰা বানিজ্য শাখাত চতুৰ্থ স্থান দখল কৰিলে নেঞ্চি খেতৱাতে।

27/06/2022

আজি গৌৰীপুৰ বিধানসভা সমষ্টিৰ ডেবিতোলা আৰু ৰূপসী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আলমগঞ্জ বজাৰত অগ্নিপথ আচনি বাতিলৰ দাবীত প্ৰতিবাদ

24/06/2022

গৌৰীপুৰৰ সাজুৱাকুটি গাওত এক হৃদয় বিদাৰক ঘটনা৷ পানীত পৰি মৃত্যু ডেৰবছৰীয়া কণমানিৰ৷

22/06/2022

কাজিগাওৰ দেবীতোলাত মাৰপিটৰ ঘটনা৷

Address

Dhubri

Telephone

+917099632656

Website

Alerts

Be the first to know and let us send you an email when News 24 Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share